• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰ-গোৰ; অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2022 10:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ২৪ বছৰীয়া যুৱকে তেওঁৰ প্ৰেমিকাক মুখত গোৰ মাৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত তেওঁক মুকলি কৰি দিছিল। যুৱকজন তেতিয়াৰে পৰা পলাতক হৈ আছিল। অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে জনায়। কেৱল সেয়াই নহয়, অভিযুক্ত যুৱকজনৰ ঘৰটো বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে। গোটেই ঘটনাটো মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত হৈছিল।

গ্ৰেপ্তাৰ কৰা যুৱকজনক পংকজ ত্ৰিপাঠী বুলি চিনাক্ত কৰা হৈছে। পংকজক শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। দেওবাৰে, পংকজৰ ঘৰটো জেচিবি মেচিনেৰে ভাঙি পেলোৱা হৈছে।

লগতে পঢ়ক: সতৰ্কতা জৰুৰী! চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাব-ভেৰিয়েন্ট বিএফ.৭?

জানিব পৰা গৈছে যে পংকজে গাড়ী চলাই উপাৰ্জন কৰিছিল। কিন্তু পংকজৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে। আনহাতে, পংকজৰ বিৰুদ্ধে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় আৰক্ষী থানাৰ এজন আৰক্ষী কৰ্মীকো নিলম্বন কৰা হৈছে।

ইপিনে, পংকজৰ প্ৰহাৰৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিযুক্ত যুৱকজনক প্ৰথমতে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত আৰক্ষীয়ে মুকলি কৰি দিছিল। ঘটনাটো বুধবাৰে সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেতিয়া অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫১ ধাৰাৰ (শান্তি ভংগ) অধীনত এটা গোচৰ ৰুজু কৰিছিল। ফলস্বৰূপে যুৱকজনে  মুকলি হৈ যায়।

আনহাতে, ছোৱালীজনীয়ে ঘটনাটোৰ বিষয়ে আৰক্ষীক জনায় যদিও তেওঁ কোনো অভিযোগ দাখিল কৰা নাছিল। অৱশ্যে ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে যুৱজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ আগতেই তেওঁ পলাই যায়। অভিযুক্তক পিছত গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথমতে অভিযুক্ত পংকজৰ বিৰুদ্ধে ১৫১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ অৱহেলাৰ অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে, সমালোচনাৰ সন্মুখীন হৈ আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে।

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন; ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ

ইপিনে, গোটেই ঘটনাটোৰ ভিডিঅ’ কৰা ব্যক্তিজনৰ বিৰুদ্ধে নিৰ্যাতিতাই অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ভিডিঅ’টো কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। আই টি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

रीवा जिले के मऊगंज क्षेत्र में युवती के साथ हुई बर्बरता की घटना में अपराधी पंकज त्रिपाठी को गिरफ्तार कर उसके घर पर बुलडोजर चलाया गया। ड्राइवर पंकज का लाइसेंस भी कैंसल कर दिया गया है।

मध्यप्रदेश की धरती पर महिलाओं पर अत्याचार करने वाला कोई बख्शा नहीं जायेगा। pic.twitter.com/Z4gHr2lWsk

— Office of Shivraj (@OfficeofSSC) December 25, 2022

ভাইৰেল ভিডিঅ’টোত যুৱক-যুৱতীহালক থিয় হৈ বিয়াৰ বিষয়ে কোৱা দেখা যায়। যুৱতীগৰাকীৰ প্ৰেমিকে তেতিয়া ভিডিঅ’টো তৈয়াৰ কৰা ব্যক্তিজনক কেমেৰাটো অফ কৰিবলৈ কৈছিল। অভিযুক্ত প্ৰেমিকে তেতিয়া যুৱতীগৰাকীক চৰ মাৰিছিল আৰু তাইক মাটিত পেলাই দিছিল। যুৱতীগৰাকী মাটিত পৰি গৈছিল আৰু যন্ত্ৰণাত চিঞৰি উঠিছিল। যুৱকজনে তেতিয়া তেওঁৰ প্ৰেমিকাক মুখত গোৰ মাৰিছিল।

যুৱকজনে পিছত তেওঁৰ প্ৰেমিকাক মাটিৰ পৰা তুলি লৈছিল যদিও যুৱতীগৰাকীয়ে প্ৰহাৰ কৰাৰ পিছত পোন হৈ থিয় হ’ব নোৱাৰিলে। আৰক্ষীয়ে জনোৱা অনুসৰি, ভিডিঅ’টো মৌগঞ্জ অঞ্চলৰ ধেৰা গাঁৱৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd