• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন; ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2022 8:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Putin claims Russia is ready to negotiate over Ukraine ইউক্ৰেইনৰ যুদ্ধত জড়িত সকলো পক্ষৰ সৈতে আলোচনাত বহিবলৈ সাজু ৰাছিয়া। কিন্তু ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে আলোচনাত বহাৰ প্ৰস্তাৱ নাকচ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৰদিন উপলক্ষে এক সাক্ষাৎকাৰত এই কথা সদৰী কৰে।

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ জনসাধাৰণক ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হৈ অবিচল থকাৰ আহ্বান জনাইছে।

পুটিনৰ সাক্ষাৎকাৰটো ৰাছিয়াৰ চৰকাৰী দূৰদৰ্শন ৰছিয়া ১ ৰ দ্বাৰা সম্প্ৰচাৰ কৰা হৈছিল।পুটিনে কয় যে আমি ইউক্ৰেইনৰ যুদ্ধৰ এক গ্ৰহণযোগ্য সমাধানৰ বিষয়ে সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰিবলৈ সাজু।  কিন্তু এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি আলোচনাৰ বিষয়টো অস্বীকাৰ কৰা নাই, তেওঁলোকেহে কৰিছে।

Apply Now

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হ’ব মাওবাদী নেতা প্ৰচণ্ড; ভাৰতৰ বাবে চিন্তাৰ কাৰণ?

ৰাষ্ট্ৰপতি পুটিনে বিশ্বাস কৰে যে ৰাছিয়া সঠিক পথেৰেই আগবাঢ়িছে। তেওঁ কয়, “আমি আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যুঁজ দি আছো, আমি আমাৰ নাগৰিক আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যুঁজ দি আছো। জনসাধাৰণক সুৰক্ষা দিয়াৰ বাহিৰে আমাৰ কোনো উপায় নাই।

ভ্লাদিমিৰ পুটিনে লগতে কয় যে পশ্চিমীয়া শক্তিয়ে ৰাছিয়াক বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰি আছে। তেওঁৰ কথাত, “আমাৰ ভূ-ৰাজনৈতিক বিৰোধীসকলৰ নীতিৰ কেন্দ্ৰবিন্দু হৈছে ৰাছিয়াক বিচ্ছিন্ন কৰা। তেওঁলোকে সদায় আমাক বিভাজন আৰু শাসন কৰিব বিচাৰিছে। আমাৰ লক্ষ্য হৈছে ৰাছিয়াৰ জনসাধাৰণক একত্ৰিত কৰা।‘’

আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক দিয়া পেট্ৰিয়ট মিছাইল ধ্বংস কৰাৰ কথা ঘোষণা কৰিছে পুটিনে। তেওঁ কয় যে তেওঁ ১০০% আত্মবিশ্বাসী যে তেওঁৰ সেনাই পেন্টাগনৰ আটাইতকৈ অত্যাধুনিক আকাশ প্ৰতিৰক্ষা প্ৰণালী ধ্বংস কৰিবলৈ সক্ষম হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে প্ৰতিৰক্ষা প্ৰণালীটো ইউক্ৰেইনলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।পুটিনে কয়, “অৱশ্যে, আমি ইয়াক ধ্বংস কৰিম, ১০০ শতাংশ।”

লগতে পঢ়ক: এই তাৰিখৰ ভিতৰত আধাৰৰ সৈতে লিংক নকৰিলে নিষ্ক্ৰিয় হ’ব পেন কাৰ্ড; কোনে পাব ৰেহাই?

পুটিনে যেতিয়া আলোচনাত বহিবলৈ সাজু থকাৰ কথা সদৰী কৰিছে, তেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে তেওঁৰ দেশৰ লোকসকলক অবিচল হৈ থাকিবলৈ আহ্বান জনাইছে। শনিবাৰে নিশা এক ভিডিঅ’ বাৰ্তাত তেওঁ কয়, “আমি যুদ্ধৰ আৰম্ভণিৰ পৰাই প্ৰস্তুত হৈ আহিছো। আমি আক্ৰমণ, ভাবুকি, পাৰমাণৱিক ভাবুকি, সন্ত্ৰাসবাদ আৰু মিছাইল আক্ৰমণৰ পৰা তিষ্ঠি আছোঁ। এই শীতকালটোও তেনেকৈয়ে কটাওঁ আহক। কাৰণ আমি জানো আমাৰ যুঁজ কিহৰ বাবে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd