DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই তাৰিখৰ ভিতৰত আধাৰৰ সৈতে লিংক নকৰিলে নিষ্ক্ৰিয় হ’ব পেন কাৰ্ড; কোনে পাব ৰেহাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2022 2:51 pm
128
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। আয়কৰ বিভাগৰ মতে, যদি কোনোৱে ৩১ মাৰ্চ, ২০২৩-ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেন্তে পেন কাৰ্ডখন নিষ্ক্ৰিয় কৰা হ’ব।

শনিবাৰে আয়কৰ বিভাগৰ তৰফৰ পৰা দিয়া এক পৰামৰ্শত কোৱা হয়, “ৰেহাই প্ৰাপ্ত শ্ৰেণীৰ বাহিৰে, আয়কৰ আইন, ১৯৬১ অনুসৰি সকলো পেনকাৰ্ড ধাৰকে ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত তেওঁলোকৰ পেন কাৰ্ড বাধ্যতামূলকভাৱে আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। লিংক নকৰা পেন কাৰ্ডবোৰ (আধাৰ কাৰ্ডৰ সৈতে) ১এপ্ৰিল, ২০২৩-ৰ পৰা নিষ্ক্ৰিয় কৰা হ’ব।‘’

লগতে পঢ়ক: সংযমী বেটিং শ্ৰেয়াস-অশ্বিনৰ! মিৰপুৰ টেষ্টত বাংলাদেশক পৰাজিত কৰি ২-০ত শৃংখলা দখল ভাৰতৰ

এনে পৰিস্থিতিত কেন্দ্ৰই আধাৰ কাৰ্ডখন শীঘ্ৰে পেনকাৰ্ডৰ সৈতে সংযোগ কৰিবলৈ পৰামৰ্শ দিছে। শনিবাৰে এক পৰামৰ্শত আয়কৰ বিভাগে কয়, “যি বাধ্যতামূলক সেয়া প্ৰয়োজনীয়। পলম নকৰিব। আজিয়েই আপোনাৰ পেনকাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক।‘’

যদি পেন কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে তেন্তে  কি সমস্যা হ’ব?

১) আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। যিসকলে ইতিমধ্যে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে, তেওঁলোকৰ ৰিটাৰ্ণ প্ৰক্ৰিয়া আৰু আগনাবাঢ়িব। যিসকলৰ আয়কৰ ৰিটাৰ্ণত ত্ৰুটি আছে তেওঁলোকক সংশোধন কৰিব নোৱাৰিব বুলি আয়কৰ বিভাগে জানিবলৈ দিছে।

২) আয়কৰ বিভাগে জনাইছে যে বেংকৰ কামকাজ আৰু অন্যান্য বিত্তীয় লেনদেনত সমস্যা আহিব পাৰে। কিয়নো কে ৱাই চিৰ ক্ষেত্ৰত পেন কাৰ্ড অতি গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: ২০২৩ চনতেই বন্ধ হ’ব Maruti Alto! মধ্যবিত্তৰ পছন্দৰ এই গাড়ীৰ লগতে আৰু কি গাড়ী আছে তালিকাত?

অৱশ্যে, অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড লিংক নহ’লেও বিশেষ ক্ষেত্ৰত পেন কাৰ্ড নিষ্ক্ৰিয় কৰা নহ’ব। ২০১৭ চনৰ মে’ মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল যে অসম, জম্মু আৰু কাশ্মীৰ (বৰ্তমান দুটা কেন্দ্ৰীয় শাসিত অঞ্চল) আৰু মেঘালয়ত বাস কৰা লোকসকলৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হ’ব।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd