• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

মানৱীয় প্ৰমূল্য! সম্পূৰ্ণ বিনামূলীয়াকৈ চেন্নাইত সম্পন্ন হ’ল পাকিস্তানী আয়েশাৰ হৃদযন্ত্ৰৰ সংৰোপণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2024 1:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সুহৃদ চিকিৎসকৰ তৎপৰতাত ৰক্ষা পৰিল এগৰাকী পাকিস্তানী যুৱতীৰ প্ৰাণ৷ ঘটনা অনুসৰি ১৯ বছৰীয়া আয়েশা ২০১৪ চনৰ পৰা বিভিন্ন হৃদৰোগত আক্ৰান্ত আছিল। ক্ৰমান্বয়ে হৃদযন্ত্ৰ বেয়া হ’বলৈ আৰম্ভ কৰে।তেতিয়া চিকিৎসকে আয়েশাক হৃদযন্ত্ৰ সংৰোপণৰ প্ৰয়োজনীতাৰ কথা পোষকতা কৰে। আয়েশাক কৃত্ৰিম হাৰ্ট পাম্পেও কাম কৰা নাছিল। ইয়াৰ পাছতে আয়েশাৰ পৰিয়ালে চেন্নাইৰ এম জি এম হেল্থকেয়াৰ হাস্পতালৰ সৈতে যোগাযোগ কৰে। চিকিৎসালয়খনৰ সঞ্চালক ডাঃ কে আৰ বালাকৃষ্ণন, সহ-পৰিচালক ড. সুৰেশ ৰাৱে আয়েশাক চেন্নাইলৈ মেডিকেল টেষ্টৰ বাবে যোগাযোগ কৰে।

আয়েছাৰ জন্ম ভাৰতত যদিও ডাঙৰ-দীঘল কৰাচীত হৈছিল। পৰিয়ালৰ লোকৰ মতে, আয়েশাক কিছুদিন চেন্নাই চিকিৎসালয়ত ইচিএমঅ’ৰ সহায়ত ৰখা হৈছিল। ইচিএমঅ’ৰ অৰ্থ হ’ল ‘এক্সট্ৰা কৰ্পৰিয়েল মেমব্ৰেন অক্সিজেনেচন’ (ইচিএমঅ’) পদ্ধতি। ইয়াক ‘এক্সট্ৰা কৰ্প’ৰিয়েল লাইফ চাপৰ্ট’ (ECLS) বুলিও কোৱা হয়। হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ৰোগত চিকিৎসকে এই পদ্ধতি প্ৰয়োগ কৰে। যেতিয়া উশাহ-নিশাহৰ সময়ত প্ৰাকৃতিকভাৱে শৰীৰত অক্সিজেন প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া ভেন্টিলেটৰৰ দৰে যান্ত্ৰিক পদ্ধতিয়ে কাম নকৰে, তেতিয়া কৃত্ৰিমভাৱে শৰীৰত অক্সিজেন প্ৰৱেশ কৰোৱা হয়।

চিকিৎসকে কয় যে আয়েশাৰ এটা ভালভ লিক হৈছে। সম্পূৰ্ণ হৃদযন্ত্ৰ সংৰোপণৰ বাহিৰে আন কোনো বিকল্প নাই। ইয়াৰ পাছত চিকিৎসালয়খনে হাৰ্ট ট্ৰান্সপ্লাণ্টৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰে। দিল্লীৰ পৰা অনা হৃদযন্ত্ৰটো সফলতাৰে অপাৰেচন কৰা হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় ৩৫ লাখ টকা খৰচ হৈছিল। কিন্তু আয়েশাৰ পাৰিবাৰিক পৰিস্থিতি দেখি চেন্নাইৰ চিকিৎসকে সম্পূৰ্ণ বিনামূলীয়াকৈ হৃদযন্ত্ৰ সংৰোপণৰ অপাৰেচন কৰে।

Apply Now

উল্লেখ্য যে, অংগদানৰ নিদৰ্শন দেশত বাৰে বাৰে সৃষ্টি হৈছে। আনকি কৰ’না কালত শ শ বাধা অতিক্ৰম কৰিও দেশত অংগদানৰ নজিৰ সৃষ্টি হৈছিল। অৱশ্যে সীমান্তৰ সিপাৰে এনেধৰণৰ ঘটনা ইয়াৰ পূৰ্বে খুব কমেইহে সংঘটিত হোৱা দেখা গৈছে। আয়েশাৰ পৰিয়ালে কয় যে ভাৰতৰ চিকিৎসকসকল তেওঁলোকৰ বাবে ভগৱানৰ দৰে। জীৱনৰ আশা অলপ অলপকৈ শেষ হৈ গৈ থকা ছোৱালীজনীক চিকিৎসকে নতুন জীৱন দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd