• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জুবিন গাৰ্গ গেৰুৱা ৰঙৰ এম্বেচাডৰ হ’লে মই কেনেকৈ সমৰ্থন কৰিম?’; তৰুণ গগৈ

জুবিনক কৃষি ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাডৰৰ উপযুক্ত বুলি নাভাবো : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2020 3:40 pm
a828a8f0-ae73-46d0-b46b-e8c8b06ffd22
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিছপুৰস্থিত চৰকাৰী আৱাসত সম্বোধন কৰা সংবাদমেলত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক চোকা সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

‘জুবিনে গানৰে সাংস্কৃতিক বিপ্লৱ কৰিব পাৰিব। কিন্তু কৃষি ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাডৰ বাবে উপযুক্ত বুলিও নাভাবো। জুবিন গাৰ্গক সমালোচনা কৰি এইদৰে কয় তৰুণ গগৈয়ে।

Apply Now

ইপিনে, জুবিনৰ স্থিতি সমৰ্থন নকৰো বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় ‘তেওঁ যদি জনতাৰ এম্বেচাডৰ হ’লহেঁতেন, তেন্তে সমৰ্থন কৰিলোহেঁতেন। কিন্তু এটা দলৰ এম্বেচাডৰ হ’লে কেনেকৈ সমৰ্থন কৰিম?’

ইপিনে, জুবিন গাৰ্গক গেৰুৱা এম্বেচাদৰ আখ্যা দি গগৈয়ে লগতে কয় ‘জুবিন গাৰ্গ গেৰুৱা ৰঙৰ এম্বেচাদৰ হ’লে মই কেনেকৈ সমৰ্থন কৰিম? জনতাৰ এম্বেচাডৰ হ’লেহে তেওঁৰ জনপ্ৰিয়তা থাকিল হেঁতেন।‘

তৰুণ গগৈৰ প্ৰশ্ন ‘কাৰ বিৰোধিতা কৰাৰ সময়ত যিবোৰ কথা কৈছিল এতিয়া ৰাইজৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নে নাই?’

ইপিনে, ‘শিল্পীসকল ৰাজনীতিৰ পৰা বিৰত থকা ভাল।‘ বুলি মন্তব্য কৰি গগৈয়ে সংবাদমেলত দাঙি ধৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰসংগ।

তেওঁ কয় ‘ভূপেন হাজৰিকাৰ কি হ’ল? ভূপেন হাজৰিকাক আমিও শিল্পী হিচাপে সন্মান কৰো। জুবিন গাৰ্গকো সন্মান কৰো। ভূপেন হাজৰিকাক আমিয়ে হৰুৱালো।‘

আনহাতে, কৃষি বিভাগ ফেইল মাৰিলে বাবেই জুবিন গাৰ্গৰ সহায় লোৱা বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘অতুল বৰাই নিজে স্বীকাৰ কৰিলে তেওঁলোক ফেইল মাৰিলে সেইকাৰণে জুবিনক লাগিব। জুবিনে কৃষিক লৈ বিপ্লৱ কৰিব পাৰিব সেইটো মই নাভাবো।‘ গগৈয়ে এইদৰে কয়।

ইপিনে, শিল্পী বা অন্য সকলো লোককে বিজেপিৰ হাতৰ মুঠিত আনিব বিচাৰিছে বুলি দাবী কৰি গগৈৰ মন্তব্য ‘বিজেপিয়ে জানে শিল্পীসকলে যদি বিৰোধিতা কৰে তেন্তে তেওঁলোকৰ আৰু বিপদ হ’ব।‘

উল্লেখযোগ্য যে, কৃষি ক্ষেত্ৰৰ উন্নয়ন সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা কৰিছিল। জুবিন গাৰ্গো কৃষিক্ষেত্ৰত বিপ্লৱ অনাৰ হকে কাম কৰি যাব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

কিন্তু কা বিৰোধী আন্দোলনৰ সময়ত জুবিন গাৰ্গে চৰকাৰক কৰা সমালোচনাৰ বাবে এতিয়া বহুতৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd