• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিএছচি পৰীক্ষাৰ ফলাফল কিমান নিকা আৰু স্বচ্ছ ? – প্ৰশ্ন ডি ৱাই এফ আইৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 13, 2024 7:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কত গুৰুতৰ অনিয়ম হোৱাৰ সন্দেহ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে।

এপিএছচিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ আৰু উত্তৰবহীৰ কপি প্ৰাৰ্থীক দিবলৈ অস্বীকাৰ কৰা কাৰ্যই প্ৰমাণ কৰিছে যে পৰীক্ষাৰ ফলাফল ঘোষণাৰ আঁ‌ৰত গভীৰ ৰহস্য সোমাই আছে। অকল ইমানেই নহয় এপিএছচি কৰ্তৃপক্ষই এইবাৰৰ মাৰ্কশ্বীটত এজন প্ৰাৰ্থীয়ে কোনখন কাকতত কিমান নম্বৰ পাইছে সেয়াও ৰাজহুৱা নকৰিলে। ২০২২ চনৰ এপিএছচিৰ মাৰ্কশ্বীটত প্ৰতিখন কাকতভিত্তিক (মুঠ ছয়খন) নম্বৰ স্পষ্টকৈ উল্লেখ কৰাৰ পিছত দেখা গৈছিল ৰচনাৰ কাকতখনত একাংশ বিশেষ প্ৰাৰ্থীয়ে ৯০ শতাংশৰ পৰা ৯৮ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰি অসামৰিক সেৱৰ পদলৈ বাছনিভূক্ত হ’বলৈ সক্ষম হৈছিল অথচ সেইসকল প্ৰাৰ্থীয়ে অন্য পেপাৰত ৩০/৩৫ শতাংশ নম্বৰহে পাবলৈ সক্ষম হৈছিল। ইয়াৰ মাজেৰে এপিএছচিৰ বৃহৎ মাৰ্কশ্বীট কেলেংকাৰি তথ্য পোহৰলৈ আহিছিল।

Apply Now

এনেবোৰ কাৰণৰ ওপৰত ভিত্তি কৰিয়ে এপিএছচি কৰ্তৃপক্ষই  এইবাৰো অদৃশ্য শক্তিৰ হেঁ‌চাত মাৰ্কশ্বীটত এপিছচিয়ে ছয়খন কাকতৰ  প্ৰত্যেকখন কাকতৰ নম্বৰ দেখুওৱাৰ সলনি কেৱল লিখিত পৰীক্ষাৰ মুঠ নম্বৰটোহে প্ৰকাশ কৰিছে, ইয়াতে গভীৰ ষড়যন্ত্ৰ লুকাই আছে । বিগত বৰ্ষৰ মাৰ্কশ্বীট কেলেংকাৰি ঢাক দিয়াৰ স্বাৰ্থতে এইবছৰ আটাইকেইখন কাকতৰ নম্বৰ প্ৰকাশ কৰাৰ পৰিৱৰ্তে লিখিত পৰীক্ষাৰ মুঠ নম্বৰটোহে প্ৰকাশ কৰে।

 এপিএছচিৰ প্ৰতিটো কেলেংকাৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সন্দেহজনক ভুমিকা আৰু হস্তক্ষেপ প্ৰতিবাৰে পোহৰলৈ আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। সমগ্ৰ প্ৰক্ৰিয়াটোত এপিএছচি কৰ্তৃপক্ষ যে কাৰবাৰ নিৰ্দেশত চলিছে সেয়া তেওঁলোকৰ কামকাজে প্ৰমাণিত কৰিছে।

 আনহাতে কুখ্যাত ৰাকেশ পালৰ সমস্ত কেলেংকাৰি আৰ টি আই যোগে পোৱা তথ্যৰ পৰাই পোহৰলৈ আহিছিল। গতিকে আৰ টি আইৰ যোগে প্ৰাৰ্থীৰ উত্তৰ বহী নিদিয়াৰ অন্তৰালত এপিএছচিৰ ভিতৰ চ’ৰাত ভয়ংকৰ খেলিমেলি লুকাই আছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে এইবা মুঠ ৬৭,২৫১ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা মাত্ৰ ২৩৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আশ্চৰ্যজনক কথা যে কামৰূপ মেট্ৰ’ জিলাৰ সৰ্বাধিক প্ৰাৰ্থীয়ে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। কিছুসংখ্যক অৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালৰ প্ৰাৰ্থীয়ে এপিএছচি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই ডি ৱাই এফ আইয়ে স্পষ্টভাৱে অভিযোগ কৰিছে যে কেইজনমান গৰিব ঘৰৰ প্ৰাৰ্থী উত্তীৰ্ণ হোৱাটোৱে স্বচ্ছ আৰু নিকা পৰীক্ষাৰ মাপকাঠি হ’ব নোৱাৰে। স্বচ্ছ আৰু নিকা পৰীক্ষাৰ অৰ্থ হ’ব লাগিছিল মূল পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ প্ৰাপ্ত নম্বৰ, মাৰ্কশ্বীটত কাকত অনুসৰি নম্বৰ প্ৰকাশ কৰিব লাগিছিল।

একেদৰে যিকোনো প্ৰাৰ্থীয়ে বিচাৰিলে আৰ টি আইৰ যোগেদি উত্তৰবহী পোৱাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাকে নকৰি সমগ্ৰ পৰীক্ষাটোকে গভীৰ সন্দেহৰ মাজলৈ ঠেলি দিছে আৰু ৰাইজৰ সন্দেহ অধিক ঘনীভূত কৰিছে।

  ডি ৱাই এফ আইয়ে দাবী কৰিছে সমগ্ৰ পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াৰ তথ্য প্ৰাৰ্থীসকলে পাব পৰাৰ ব্যৱস্থা কৰক। মাৰ্কশ্বীটত প্ৰাৰ্থীসকলৰ প্ৰতি কাকতৰ সম্পূৰ্ণ নম্বৰ উল্লেখ কৰক আৰু আৰটিআইৰ যোগেদি উত্তৰ বহী দিয়াৰ ব্যৱস্থা কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd