• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংক; ক’ৰ’না ভাইৰাছে কিডনীত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 25, 2020 8:03 pm

1 min read

চীনৰ পৰা ফল্টি ৰেপিড টেষ্টিং কিট আমদানি কৰা সন্দৰ্ভত কেন্দ্ৰক শিৱসেনাৰ সমালোচনা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

17.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে কিডনীত প্ৰভাৱ পেলাব পাৰে নিকে!

যদি পেলাই কেনেধৰণৰ প্ৰভাৱ পেলায়?

চিকিৎসা বিজ্ঞানৰ মতে কিডনীৰ ৰোগত ভুগি থকা লোকে অন্য সাধাৰণ লোকতকৈ শীঘ্ৰে ক’ৰ’না ভাইৰাছৰ দ্বাৰা মৃত্যু ঘটিব পাৰে!

অৱশ্যে কোভি১৯ এ পোনপতীয়াকৈ কিডনীত আক্ৰমণ নকৰে। কিডনী ফেইলৰ বা ডেমেজ হৈ থকা মানুহৰ শৰীৰত বিভিন্ন অংগ অকাৰ্যক্ষম হৈ থাকে। ফলত তেনেলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট পৰিমাণে হ্ৰাস পায়।

য়ুহানত ৮৫ শতাংশ ক’ৰ’না ৰোগীৰ মাজৰ ২৭ শতাংশ কিডনীৰ ফেইলৰ লোক সহজতে ক’ৰ’না আক্ৰান্ত হোৱা বুলি এক অধ্যয়নত প্ৰকাশ কৰা হৈছে।

ইফালে আমেৰিকান জাৰ্ণেল কিডনী ডিজিচেছ(AJKD)ৰ এক অধ্যয়নত কোৱা হৈছে যে কিডনীৰ ৰোগত ভুগি থকা ১৫ শতাংশ লোকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

নেচাৰ নামৰ জাৰ্ণেলখনত কোৱা হৈছে যে চীনত কিডনীৰ ৰোগত ভুগি থকা ৯৩.৬ শতাংশ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ইয়াৰে ৫.৩ শতাংশ লোকক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে কোৱা হৈছে যে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱা কিডনী ৰোগত ভুগি থকা লোকক কোভিড১৯এ সহজে আক্ৰমণ কৰিব পাৰে।

AJKDৰ অধ্যয়নে কৈছে যে কিডনীৰ ৰোগত আক্ৰান্ত ডাইলেচিছ কৰি থকা ৰোগীক কোভিড১৯ সংক্ৰমণ ঘটাৰ পিছত দ্বিতীয় সপ্তাহৰ পৰাই আই চি ইউত ভৰ্তি কৰোৱা হাৰ হৈছে ৫ শতাংশ।

Tags: COVID-19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd