• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিহাৰ জেইলত প্ৰথমটো নিশা কেনেদেৰে কটালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 11:10 am
cbi_1567502802_1567659358_1567740619_618x347

প্রাক্তন কেন্দ্রীয় বিত্ত মন্ত্রী পি চিদাম্বৰম। ফাইল ফটো

2.2k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ তিহাৰ জেইলৰ জেইল নম্বৰ ৭, ৱাৰ্ড নম্বৰ ২ আৰু চেল নম্বৰ ১৫’ত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে অহা ১৯ ছেপ্টেম্বৰলৈকে কটাব লাগিব।

প্ৰথমবাৰৰ অৰ্থনৈতিক অপৰাধত অভিযুক্ত আৰু যৌতুকৰ অভিযোগত গ্ৰেপ্তাৰ কৰাসকলক জেইল নম্বৰ ৭’ত ৰখা হয়।

তিহাৰ জেইলৰ সূত্ৰ মতে, এইখনত চৌহদত থকা আন জেইলৰ তুলনাত ভিৰ কম।

সূত্ৰসমূহে জনায় যে চিদাম্বৰমক ছয়খন ব্ল্যাংকেট এখন ফেন আৰু ৱেষ্টাৰ্ণ টয়লেটৰ সুবিধা আগবঢ়োৱা হৈছে।

জানিব পৰা মতে, তেওঁৰ চুবুৰীয়া হিচাপে পৰৱৰ্তী দুসপ্তাহৰ বাবে থাকিব জম্মু আৰু কাশ্মীৰ লিবাৰেশ্যন ফ্ৰন্টৰ (জে কে এল এফ) অধ্যক্ষ য়াছিন মালিক।

তিহাৰ জেইলত চিদাম্বৰমৰ প্ৰথম নিশাটো সাধাৰণ কয়েদীৰ দৰে অতিবাহিত হয়। আদালতৰ নিৰ্দেশত কেইটামান সুবিধা তেওঁ লাভ কৰিছে যদিও বেছিভাগ সুবিধা তেওঁ সাধাৰণ কয়েদীৰ দৰেই লাভ কৰিছে।

তিহাৰ জেইলত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকী কেনেদৰে আছেঃ

-প্ৰাক্তন কেন্দ্ৰীয়  বিত্ত মন্ত্ৰীগৰাকীক জেইল নম্বৰ ৭’ত ৰখা হৈছে। পি চিদাম্বৰমে বেলেগ চেল লাভ কৰিছে।

-ৰাউজ এভিন্যুউ আদালতৰ আদেশ মৰ্মে পি চিদাম্বৰমক ৱেষ্টাৰ্ণ টয়লেটৰ সুবিধা দিয়া হৈছে।

– চশমা আৰু ঔষধ লগত ৰখাৰ অনুমতি আদালতৰ পৰা লাভ কৰিছে।

-প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকী ২৪ ঘন্টাই সুৰক্ষা ব্যৱস্থাৰ মাজত থাকিব। চেলৰ আশে-পাশে সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। তদুপৰি, চিচিটিভিৰে সকলো নজৰ ৰখা হৈছে।

–  জেইলৰ নিয়ম অনুসৰি এখন বিচনা, কম্বল লাভ কৰিছে।

– সাধাৰণ কয়েদীৰ দৰে পি চিদাম্বৰমেও কৰিডৰ, চেলৰ কাষৰ খালী ঠাইত পায়চাৰি কৰিব পাৰিব।

– তদুপৰি, জেইলৰ নিয়ম অনুসৰি তেওঁ বাতৰিকাকত, টিভি চোৱাৰ সুবিধা লাভ কৰিব।

– খাদ্য হিচাপে ৰাতিপুৱা ৭ বজাত চাহৰ লগত চিৰা, দালিয়া, ব্ৰেড দিয়া হৈছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয় বৃহস্পতিবাৰে ই ডিৰ গোচৰত অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ হৈছিল। ইয়াৰ ফলত ইডিয়ে এতিয়া প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক সোধপোছৰ বাবে জিম্মাত ল’ব পাৰিব।

আনহাতে, যোৱা ২১ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা চিবিআইৰ জিম্মাত থকা পি চিদাম্বৰমৰ জিম্মা বৃদ্ধি কৰিবলৈ এজেন্সিটোৱে অস্বীকাৰ কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd