• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেইলৰ ভিতৰত এতিয়া কেনে আছে অখিল গগৈ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 9:17 am
index

কৃষক নেতা অখিল গগৈ (ফাইল ফ'টো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বিগত প্ৰায় ২১০ দিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ পুনৰ অসুস্থ বুলি যোৱা দুদিন ধৰি বাতৰি প্ৰচাৰ হৈ আহিছে।

প্ৰচাৰিত বাতৰি অনুসৰি কৃষক নেতাগৰাকী প্ৰচণ্ড জ্বৰ, কাঁহত আক্ৰান্ত হোৱাৰ লগতে দেখা দিছে মহামাৰী ক’ৰ’নাৰ প্ৰায়বোৰ লক্ষণ।

Apply Now

এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি বিভিন্ন সংগঠন তথা ব্যক্তিয়ে গগৈৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনাচৰ্তে মুকলি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

তেনে সময়তে এই সন্দৰ্ভত বৰ্তমান অখিল গগৈ জেইলৰ ভিতৰত কেনে আছে জানিবলৈ নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰিছিল জেইলৰ অধীক্ষক ৰঞ্জিত বৈশ্যৰ সৈতে।

“অখিল গগৈৰ বৰ্তমান অৱস্থা ঠিকেই আছে। তেওঁৰ ক’ৰ’ণা হৈছে বুলি চিকিৎসকেও নকয়। পেপাৰ-টিভিয়ে তেওঁৰ ক’ৰ’ণা লক্ষণ পোৱা বুলি কয়। এতিয়া তেওঁৰ কি হৈছে চিকিৎসকে জানিব। সময় মতে যিবোৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে কৰাই থকা হৈছে।” আমাৰ সাংবাদিকৰ আগত বৈশ্যই এইদৰে কয়।

ইপিনে, ক’ৰ’ণাৰ উপসৰ্গই দেখা দিয়াৰ পাছত উচ্চ ন্যায়ালয়ে কোভিড টেষ্ট কৰাবলৈ নিৰ্দেশনা দিছিল জেইল কতৃপক্ষক।

সেই নিৰ্দেশনা অনুসৰি আজি পুৱাৰ ভাগত কৃষক নেতাগৰাকীৰ স্বাৱ টেষ্ট কৰোৱা হ’ল বুলি বৈশ্যই আমাৰ সাংবাদিকৰ আগত কয়।

বৰ্তমানলৈকে টেষ্টৰ ৰিজাল্ট অহা নাই বুলি অধীক্ষকগৰাকীয়ে কয়।

জানিব পৰা মতে, বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ১০৮৯ গৰাকী কয়দী আছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কৃষক নেতা ধৈৰ্য কোঁৱৰে জেইলৰ ভিতৰত সামাজিক দূৰত্ব একেবাৰে মানি চলা নহয় বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

বৰ্তমানলৈকে দুগৰাকীকৈ অপৰাধীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু দুবাৰকৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল কাৰাগাৰখন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd