• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপুনিও কৰে নেকি এনে ভুল? প্ৰস্ৰাৱ বন্ধ ৰাখি নজনাব মৃত্যুক আমন্ত্ৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 1:28 pm
9_555_012420050648

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বাস নহ’ব পাৰে কিন্তু টয়লেট যাব নোৱাৰাৰ ফলত এজন পূৰ্ণ বয়স্ক ব্যক্তিৰ ব্লাডাৰত প্ৰায় আধা লিটাৰ পৰ্যন্ত প্ৰস্ৰাৱ ধৰি ৰখাৰ ক্ষমতা থাকে।

আমাৰ ব্লাডাৰ ৱাল ক্ষুদ্ৰ ক্ষুদ্ৰ ৰিচেপ্টৰ্ছৰে নিৰ্মিত যিয়ে ব্লাডাৰ পূৰ্ণ হোৱাৰ খৱৰ মগজুলৈ প্ৰেৰণ কৰাৰ কাম কৰে।

Apply Now

ইতিবাচক কথাটো হ’ল বেছিভাগ লোকৰে ব্লাডাৰৰ কামকাজৰ ওপৰত ভাল নিয়ন্ত্ৰণ থাকে। ব্লাডাৰ পূৰ্ণ হোৱাৰ খৱৰ মগজু পোৱাৰ লগে লগেই কিছুমান লোকে তৎক্ষনাৎ টয়লেটলৈ যায় যদিও আন কিছুমান লোকে বাথৰুম যাব নোৱাৰাৰ বাবে প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে।

ব্লাডাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মাংসপেশীবোৰ বহুত কামৰ যদিও বহুসময় ধৰি ইয়াৰ ওপৰত চাপ দি ৰখা উচিত নহয়। যিসকল লোকে প্ৰায়েই কামৰ খাতিৰত বাহিৰলৈ যায় তেওঁলোকে ভ্ৰমণৰ সময়ত প্ৰস্বাৱ বন্ধ কৰি ৰখাতো অভ্যাসত পৰিণত হয়।

যদিহে আপুনি দীঘলীয়া সময়ৰ বাবে প্ৰস্বাৱ বন্ধ কৰি ৰখাৰ অভ্যাস কৰি লৈছে তেতিয়াহ’লে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

সাধাৰণতে প্ৰস্ৰাৱ বন্ধ কৰি ৰখাৰ কাৰণে শৰীৰত সংক্ৰমণৰ বিপদ বৃদ্ধি পায়।

3_555_012420050731 next 2
প্ৰতিনিধিত্বমূলক ফটো

প্ৰস্বাৱ দীঘলীয়াকৈ বন্ধ কৰি ৰখাৰ ফলত ব্লাডাৰৰ মাংসপেশী দুৰ্বল হৈ পৰিবলৈ ধৰে যাৰ ফলত প্ৰস্ৰাৱ ধৰি ৰখাৰ ক্ষমতা সময়ৰ লগে লগে হ্ৰাস পাবলৈ ধৰে।

বহুত সময়লৈ প্ৰস্ৰাৱ বন্ধ ৰখাৰ বাবে শৰীৰত বিভিন্ন ধৰণৰ ক্ষতিকাৰক বেক্টেৰিয়া উৎপন্ন হ’ব পাৰে যিয়ে UTI(য়ুৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন) বা ব্লাডাৰ ইনফেকশ্যনৰ সম্ভাৱনা বৃদ্ধি কৰে।

টাইকো ব্ৰাহে নামৰ ডেনিচ জ্যোতিৰ্বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ পৰীক্ষা কৰিছিল। তেওঁৰ বিষয়ে কোৱা হৈছিল যে এক বক্তৃত্বানুষ্ঠানৰ সময়ত তেওঁ মানুহ ভৰ্তি হলটোৰ পৰা এই কাৰণেই ওলোৱা নাছিল কিয়নো তেওঁ ইয়াক শিষ্টাচাৰ বিৰোধী বুলি ভাৱিছিল।

গোটেই সময়খিনি তেওঁ প্ৰস্বাৱ বন্ধ কৰি ৰাখিছিল। ঘৰলৈ অহাৰ পাছত যেতিয়া তেওঁ টয়লেটত যায় তেওঁ প্ৰস্ৰাৱ কৰিব নোৱাৰা হয় আৰু প্ৰস্ৰাৱ ব্লাডাৰ ফাটি যোৱাৰ ফলত তেওঁৰ মৃত্যু হয়।

অৱশ্যে, ইতিবাচক কথাটো হ’ল যে বেছিভাগ লোকৰে ব্লাডাৰ ব্ৰাহেৰ দৰে নহয়। সেয়েহে সকলো ক্ষেত্ৰতে এনে পৰিণতি নহয়। এনেকুৱা পৰিস্থিতিত বেছিভাগ লোকৰে প্ৰস্ৱাৱ নিজে নিজেই ওলাই যায়।

পূৰ্বেই কোনো কাৰণত দুৰ্বল হৈ থাকিলে এনেকুৱা ক্ষেত্ৰত ব্লাডাৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd