• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

২০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা পৰ্তুগালৰ ৩ বছৰীয়া কন্যা শিশুৰ সন্ধান এপষ্টাইনৰ গোপন নথি-পত্ৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 4:13 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ২০ বছৰ আগতে পৰ্তুগালৰ পৰা নিৰুদ্দেশ হোৱা তিনি বছৰীয়া শিশু মেডিলেইন মেকেনৰ নাম শেহতীয়াকৈ আমেৰিকাৰ আদালতৰ কিছুমান নতুন নথি-পত্ৰত দেখিবলৈ পোৱা গৈছে। এই নথি-পত্ৰসমূহ কুখ্যাত অপৰাধী জেফ্ৰি এপষ্টাইন আৰু তেওঁৰ সহযোগী ঘিলে’ন মেক্সৱেলৰ বিৰুদ্ধে চলা আদালতৰ গোচৰৰ অংশ হিচাপে ৰাজহুৱা কৰা হৈছে। যদিও আমেৰিকা আৰু ব্ৰিটেইনৰ আৰক্ষীয়ে জনাইছে যে এই তথ্যই নিৰুদ্দেশৰ ঘটনাৰ সৈতে এপষ্টাইনৰ কোনো পোনপটীয়া সংযোগ এতিয়ালৈকে নিশ্চিত কৰা নাই, তথাপিও সমগ্ৰ বিশ্বতে এই বিষয়টোৱে পুনৰ নতুনকৈ চৰ্চা লাভ কৰিছে।

আদালতত দাখিল কৰা এই লাখ লাখ পৃষ্ঠাৰ নথিৰ ভিতৰত এজন অচিনাকি সাক্ষীৰ ভাষ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ২০০৯ চনত দিয়া এই ভাষ্য অনুসৰি এজন লোকে ছেপ্টেম্বৰ মাহৰ এক দেওবাৰে এগৰাকী মহিলা আৰু এজনী সৰু ছোৱালীক খোজকাঢ়ি গৈ থকা দেখিছিল। ছোৱালীজনী দেখিবলৈ হুবহু মেডিলেইন মেকেনৰ দৰে আছিল আৰু তাই গোটেই সময়ছোৱাত নিজৰ সোঁ চকুখন হাতেৰে ঢাকি ৰাখিছিল। উল্লেখনীয় যে মেডিলেইনৰ সোঁ চকুৰ মণিত এটা বিশেষ দাগ আছিল, যাৰ দ্বাৰা তাইক চিনি পোৱা সহজ আছিল। সাক্ষীজনে জনাইছিল যে লগত থকা মহিলাগৰাকীয়ে ছোৱালীজনীক অতি খৰখেদাকৈ লৈ গৈছিল আৰু সাক্ষীজনক দেখি তেওঁ যথেষ্ট বিচলিত হোৱা যেন লাগিছিল। বহু বছৰৰ পাছত ঘিলে’ন মেক্সৱেলৰ আলোকচিত্ৰ দেখি সেই লোকজনে অনুভৱ কৰে যে তেওঁ দেখা মহিলাগৰাকী দেখিবলৈ মেক্সৱেলৰ দৰেই আছিল।

Apply Now

মেডিলেইন মেকেন ২০০৭ চনৰ ৩ মে’ত পৰ্তুগালৰ প্ৰায়া দা লুজ নামৰ এখন ঠাইৰ পৰা নিৰুদ্দেশ হৈছিল। তেওঁৰ পিতৃ-মাতৃ কেট আৰু গেৰী মেকেন ওচৰৰে এখন ৰেষ্টুৰেণ্টত নিশাৰ আহাৰ খাই থকা সময়তে কোঠাৰ পৰা শিশুটি নাইকিয়া হৈছিল। তেতিয়াৰ পৰাই এই ঘটনাটো বিশ্বৰ অন্যতম চৰ্চিত সন্ধানহীন শিশুৰ ঘটনা হিচাপে পৰিগণিত হৈছে। ২০০৯ চনত বাৰ্চিলোনাৰ পৰাও এগৰাকী সন্দেহযুক্ত মহিলাৰ ছবি ব্যক্তিগত তদন্তকাৰীয়ে ৰাজহুৱা কৰিছিল, যাৰ সৈতে এতিয়া মেক্সৱেলৰ সাদৃশ্য থকা বুলি বিভিন্ন সামাজিক মাধ্যমত চৰ্চা চলিবলৈ ধৰিছে। যদিও নতুনকৈ ওলোৱা এই তথ্যই তদন্তৰ গতি সলনি কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, তথাপিও ১৯ বছৰৰ পাছত মেডিলেইনৰ নামটো এপষ্টাইনৰ ফাইলত ওলোৱা বিষয়টোৱে সমগ্ৰ বিশ্বতে এক ৰহস্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd