• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কিমান টকাৰ মালিক নৰেন্দ্ৰ মোদী? পোহৰলৈ আহিল সম্পত্তিৰ পৰিমাণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 18, 2023 12:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি ভিক্ষা কৰি খোৱাৰ পিছত ৰাজনীতিলৈ আহি যোৱা ৯ বছৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছে নৰেন্দ্ৰ মোদী। এজন চাহ বিক্ৰেতাৰ পৰা প্ৰধানমন্ত্ৰী হোৱা এইজনেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী।

সেই বাবেই হয়তো বহু মানুহৰ মনলৈ এটা প্ৰশ্ন আহে – কিমান টকা বা সম্পত্তিৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী?

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একাউণ্টত কিমান টকা আছে বা তেওঁৰ কিমান সম্পত্তি আছে তাৰ সবিশেষ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইটত দিয়া হৈছে। এই ৱেবছাইটত নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত সম্পত্তিৰ কথা উল্লেখ আছে। 

এই ৱেবছাইটৰ পৰা জানিব পৰা গৈছে যে ২০২৩ চনলৈকে তেওঁ কোনো শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা নাই। একেই সূত্ৰ অনুসৰি আজিলৈকে নৰেন্দ্ৰ মোদীৰ নামত এখনো গাড়ী নাই।

আপুনি বা মই বিশ্বাস কৰিব নোৱাৰিলেও ৱেবচাইটৰ তথ্য মতে যোৱা মাৰ্চ মাহলৈকে নৰেন্দ্ৰ মোদীৰ বেংক একাউণ্টত আছিল মাত্ৰ ৫৭৪ টকাহে । কিন্তু নৰেন্দ্ৰ মোদীৰ হাতত আছে ৪টা সোণৰ আঙঠি যাৰ আনুমানিক মূল্য ২,০১,৬৬০ টকা। ইয়াৰ উপৰি নৰেন্দ্ৰ মোদীৰ আন কোনো সম্পত্তি নাই।

বেংক একাউণ্টত ৫৭৪ টকা থকাৰ বাহিৰে  নৰেন্দ্ৰ মোদীৰ হাতত আছে নগদ ৩০ হাজাৰ ২৪০ টকা । অৱশ্যে প্ৰধানমন্ত্ৰীৰ নামত কেইবাটাও এফ ডি আছে, য’ত ২ কোটি ৪৭ লাখ ৪৪ হাজাৰ টকা জমা আছে। 

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ নামত এখন ৰাষ্ট্ৰীয় আঁচনি আছে যাৰ বাবে ৯ লাখ ১৯ হাজাৰ টকা খৰচ হয়।  ভাৰতীয় ষ্টেট বেংকতো নৰেন্দ্ৰ মোডীৰ নামত একাউণ্ট আছে।

২০২৩ চনৰ ৩১ মাৰ্চ পৰ্যন্ত উপলব্ধ তথ্য অনুসৰি নৰেন্দ্ৰ মোডীৰ মুঠ সম্পত্তি ২ কোটি ৫৮ লাখ ৯৬ হাজাৰ । এই তথ্য প্ৰতি বছৰে আপডেট কৰা হয়। আপডেট কৰা তথ্য অনুসৰি যোৱা বছৰৰ তুলনাত এই বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পত্তি ৪ শতাংশ বৃদ্ধি পাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd