• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ দিনাই ৰচনা হ’ল ইতিহাস, কিমান টকা জমা হ’ল মন্দিৰৰ দানপাত্ৰত ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 8:55 pm
8.2k
VIEWS
Share on FacebookShare on Twitter

ৰাম মন্দিৰ উদ্বোধন হোৱাৰ এসপ্তাহো নগদ ধনৰে ভৰি পৰিছে মন্দিৰৰ দানপাত্ৰ। ৰাম মন্দিৰৰ দুৱাৰ ৰাইজৰ বাবে মুকলি কৰাৰ দিনাৰ পৰাই লাখ লাখ ভক্তৰে ভৰি পৰিছে ৰামমন্দিৰ। প্ৰথম দিনাই ৰাম মন্দিৰৰ দানপাত্ৰত জমা হোৱা বৰঙণিৰ কথা শুনিলে আচৰিত হৈ পৰিব আপুনিও। 

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ মুৰব্বী অনিল মিশ্ৰই কয় যে সোমবাৰে ৰাম মন্দিৰ উদ্বোধনৰ পিছৰে পৰা ১০টাকৈ বৰঙণিৰ কাউণ্টাৰ মুকলি কৰা হৈছে। বহু ভক্তই অনলাইনতো দান-বৰঙণি আগবঢ়াইছে বুলি জনাইছে মন্দিৰ কৰ্তৃপক্ষই।

জানিব পৰা মতে মঙলবাৰে মুঠ ৩.১৭ কোটি টকাৰ অনুদান লাভ কৰিছে ৰাম মন্দিৰ কৰ্তৃপক্ষই।

ৰাম মন্দিৰৰ ট্ৰাষ্টী অনিল মিশ্ৰই কয় যে প্ৰতিদিনে লাখ লাখ ভক্তই মন্দিৰৰলৈ পূজা কৰিবলৈ আহিছে। তেওঁ কয় যে মঙলবাৰে ৫ লাখৰো অধিক ভক্তই পূজা কৰিছিল আৰু বুধবাৰেও প্ৰায় একে সংখ্যক ভক্তই পূজা কৰিছিল। 

লাখ লাখ ভক্তৰ ভিৰ চম্ভালিবলৈ আৰু যাতে সকলোৱে কোনো অশান্তি নোহোৱাকৈ পূজা কৰিব পাৰে তাৰ বাবেও মন্দিৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়া দত্তত্ৰেয় হোছাবলে সংঘৰ কৰ্মী সকলক ৰাম মন্দিৰ আৰু দাঁতিকাষৰীয়া অঞ্চল পৰিস্কাৰ কৰাৰ দায়িত্ব ল’বলৈ আৰু সংগঠিতভাৱে মন্দিৰ দৰ্শন কৰাত ভক্তসকলক সহায় কৰিবলৈ নিৰ্দেশ দিছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd