• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নতুনক আদৰাৰ প্ৰস্তুতি, সমুখত সুৰা; আকৌ হেংঅভাৰৰ ভয়! কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2023 4:41 pm
How to avoid hangover
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহি আহি আজি ২০২৩ বৰ্ষৰ অন্তিমটো দিনত উপনীত হৈছে। এই বৰ্ষটোক বিদায় দি এটি নতুন বৰ্ষক আদৰিবলৈ সাজু হৈছে সকলো। গতিকেই বন্ধুবৰ্গৰ সৈতে নিশ্চয় এক ৰসাল পাৰ্টীৰো আয়োজন কৰিছে ! 

বছৰটোৰ কৰ্মব্যস্ততাৰ হেঁচাই আনি দিয়া অৱসাদ আঁতৰাবৰ বাবে বন্ধুবৰ্গৰ লগত আজি নিশা সুৰাৰ এক ৰসাল আড্ডা হ’ব পাৰে এক বিনোদনৰ পৰ্ব। পিছে আকৌ অত্যধিক সুৰাপান কৰিলে পুৱালৈ থাকিব হেংঅ’ভাৰৰ যাতনা। এইহেন যাতনাক আপুনি আঁতৰাই ৰাখিব কিদৰে?

Apply Now

আটাইতকৈ সহজ দিহা হ’ল— মদ নাখাব, খালে কমকে খাব; নহ’লে মাজে মাজে পানী খাই থাকিব। কিন্তু, সকলোৰে কাৰণেতো কথাটো তেনে নহয়!

পাৰ্টি যেতিয়া সুৰা খাবই লাগিব, কমকে নহয় হিয়া জুৰাই খাব লাগিব, নিচাৰোতো আছে এক সুকীয়া নিচা!!

আহক চাওঁ, হেংঅ’ভাৰ গুচাবলৈ বিজ্ঞান-নিৰ্ধাৰিত কিবা ৰাস্তা আছে নেকি? ৰক্ষা, আছে! গৱেষকে ইয়াৰো চিন্তা চলাই আছে।

আমেৰিকাৰ ৰ’ড আইলেণ্ডৰ ব্ৰাউন ইউনিভাৰ্ছিটিৰ এদল গৱেষকে ইয়াৰ ওপৰত গৱেষণা চলাইছে আৰু কিছু তথ্য বাহিৰ কৰিছে।

তেওঁলোকৰ গৱেষণাপত্ৰত কোৱা হৈছে, হেংঅ’ভাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে মদত থকা কনজিনাৰ (Congener)ৰ।

কনজিনাৰ কি? ই হৈছে মদ প্ৰস্তুতি পৰ্বত বাহিৰ হোৱা এবিধ উপজাত দ্ৰৱ্য।

মদত কনজিনাৰৰ মাত্ৰা যিমানে বেছি থাকে, সিমানে তাৰ হেংঅ’ভাৰৰ কোবো বেছি হয়।

পিছে মদ খাবহে, গৱেষণাটো নকৰে; কেনেকে জানিব কোনটো মদত কিমান সেইটো, মানে কনজিনাৰ থাকে?

চিম্পল! মদৰ ৰঙেই আপোনাক দিব কনজিনাৰৰ পৰিমাণৰ সম্ভেদ। যি মদ অধিক ৰঙীন তাত কনজিনাৰৰ মাত্ৰাও অধিক।

অৰ্থাৎ ৰে’দ ৱাইন বা আনকি বিয়েৰ বা ৱিস্কি, ব্ৰেন্দি বা ৰামত কনজিনাৰ বেছি, কিন্তু ৱাইট ৱাইন বা ৱদকা বা জিনত কনজিনাৰ কম।

বহুটো আন গৱেষকে পিছে ইয়াক সিদ্ধান্তদায়ী গৱেষণা বুলি মানিব খোজা নাই। মদত থকা আন কিছুমান দৱ্য যেনে—হিস্তামিন, চালফাইট আদিৰ ভূমিকাৰ কথাও তেওঁলোকে কৈছে।

কৈছে বয়স আৰু ব্যক্তিভেদৰ কথাও, বয়সস্থ মানুহৰ হেংঅ’ভাৰ বেছি হয়। হ’ব আৰু! খোৱা বস্তুক লৈ কিমান পঢ়িব, খোৱাতোহে মেইন।

তথাপি বিধিসন্মত সতৰ্কীকৰণ: মদ্যপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। হেংঅ’ভাৰৰ চিন্তা আঁতৰোৱাতকৈ পাৰিলে সুৰাৰ মায়াৰ পৰাই আঁতৰি আহক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd