• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎসৱৰ বতৰত কেনেকৈ লাভ কৰিব IRCTCৰ কনফাৰ্ম টিকট; চাওক উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 2:21 pm
book-train-ticket-online

প্ৰতিনিধিত্বমূলক ফটো

815
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ বতৰত ৰেইলৰ কনফাৰ্ম টিকট এটা পোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান কিয়নো এই সময়ছোৱাত স্বাভাৱিকতে বিপুল সংখ্যক ৰেইলযাত্ৰীৰ ভিৰ বৃদ্ধি পায়।

আনকি ভাৰতীয় ৰেইলৱেই ‘বিকল্প’ তথা ‘কনফাৰ্মেইশ্যন প্ৰবেবিলিটি’ৰ দৰে যাত্ৰীসকলক সহায় কৰিবলৈ বিভিন্ন কাৰ্যসূচী আগবঢ়ালেও উৎসৱৰ ভিৰৰ সময়ত কনফাৰ্ম টিকট এটা পোৱাটো এতিয়াও সহজ নহয়।

উৎসৱৰ বতৰত এটা কনফাৰ্ম টিকট লাভ কৰাত আপোনাৰ সুযোগ বৃদ্ধি পাব পৰা কেইটামান উপায় এবাৰ চাই লওক।

এটা দীঘলীয়া যাত্ৰাৰ বাবে বুক কৰকঃ ৰেইলৱেই হওক, বিমানসেৱা কোম্পানীয়েই হওক বা বাছ অপাৰেটৰেই হওক, সকলোৱেই প্ৰতিটো যাত্ৰাৰ পৰা অধিক ধনৰাশি অৰ্জন কৰাৰ বাবে তৎপৰ থাকে।

সেয়েহে, ৰেইলখনত দীঘলীয়া যাত্ৰাৰ বাবে ভ্ৰমণ কৰা যাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হয়।

উদাহৰণ হিচাপে, আপুনি ধৰক গুৱাহাটীৰ পৰা ডিব্ৰুগড টাউন ৰাজধানী এক্সপ্ৰেছত (DBRT) অক্টোবৰৰ ১৮ তাৰিখে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব, কিন্তু  আপুনি দেখিলে যে কনফাৰ্ম টিকট নাই।

এইক্ষেত্ৰত আপুনি অলপ দীঘলীয়া যাত্ৰাৰ বাবে টিকটটো বুক কৰিব পাৰে। ধৰক আপুনি ডিব্ৰুগড়ৰ পৰা বঙাইগাঁৱলৈ টিকট বুক কৰিব পাৰে য’ত আপুনি কনফাৰ্ম টিকট এটা পাব পাৰে।

ইয়াত আপোনাৰ ভাড়াৰ তাৰতম্য হ’ব ২৮০ টকা যিটো আপুনি তৎকাল বা প্ৰিমিয়াম টিকট ক্ৰয় কৰিলে এজেন্টক দিব লগীয়া টকাতকৈ কম। এই একেই কৌশল আপুনি কনফাৰ্ম টিকট পাবৰ বাবে আন ৰেইলতো প্ৰয়োগ কৰিব পাৰে।

যাত্ৰাৰ তাৰিখঃ আপুনি মন কৰিব যে দীঘলীয়া যাত্ৰাৰ ৰেইলসমূহত শুকুৰবাৰ আৰু শনিবাৰে অধিক ভিৰ হয়। সেয়েহে, আপুনি শুকুৰবাৰ আৰু শনিবাৰৰ ঠাইত আন দিনত টিকটৰ বাবে চেষ্টা কৰা উচিত। ই আপোনাৰ কনফাৰ্ম টিকট পোৱাৰ সুযোগ বৃদ্ধি কৰিব।

বিকল্প ৰেইলত কনফাৰ্ম টিকট বিচাৰকঃ আই আৰ চি টি চিৰ ৱেবছাইটত এইটো এটা সুন্দৰ সুবিধা আছে। ইয়াত আপোনাক সকলোবোৰ ৰেইলৰ কনফাৰ্ম বা আৰ এ চি আসনৰ বিশদ দাঙি ধৰিব। আপুনি ইয়াৰ ব্যৱহাৰ কৰি আপোনাৰ যাত্ৰাৰ বাবে এটা কনফাৰ্ম টিকট বিচাৰিব পাৰে।

আগতীয়া পৰিকল্পনাঃ ভাৰতীয় ৰেইলৱেই আপোনাক ১২০ দিন আগতেই টিকট বুক কৰাৰ সুবিধা দিয়ে। আপুনি যদি আগতীয়াকৈ পৰিকল্পনা কৰে সহজতে কনফাৰ্ম টিকট পাব পাৰে।

আনকি পৰিকল্পনা যদি সলনিও হয়, আপুনি আপোনাৰ টিকট বাতিল কৰি ধন ঘুৰাই ল’ব পাৰে।

আপুনি যদি আপোনাৰ ৰেইল যাত্ৰা তথা আপোনাৰ ভ্ৰমণ উপভোগ কৰিব বিচাৰে, কনফাৰ্ম টিকট এটা যোগাৰ কৰাটো অত্যন্ত প্ৰয়োজন। কনফাৰ্ম টিকট অবিহনে ভ্ৰমণ কৰাটো এটা এক দু:স্বপ্ন হৈ পৰিব পাৰে কিয়নো তেনে অভিজ্ঞতা আমি সকলোৱে কম বেছি পৰিমানে লাভ কৰিছো।

উপৰোক্ত উপায় তথা কৌশলকেইটাই উৎসৱৰ বতৰত আপোনাক এটা কনফাৰ্ম টিকট লাভ কৰাত সহায় কৰিব।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd