• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অভ্যাসত পৰিণত হৈছে! কিদৰে দূৰ কৰিব হস্তমৈথুনৰ আসক্তি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 8:00 am
155
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হস্তমৈথুন এক স্বাভাৱিক কথা। অকলশৰীয়া অৱস্থাত নিজকে সুখী কৰাৰ এক অনন্য বিকল্প তথা উপায় হৈছে হস্তমৈথুন বা স্বমেহন। 

ইয়াৰ বহুতো উপকাৰিতাও আছে। হস্তমৈথুনে যৌন কাৰ্য-কলাপত সক্ৰিয়তা বৃদ্ধি কৰে। ই মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে এটা উকৃষ্ট উপায়। হস্তমৈথুনে মানসিক অৱসাদ দূৰ কৰাৰ লগতে মনলৈ প্ৰশান্তি আনিব পাৰে। হস্তমৈথুনৰ পিছত নিদ্ৰা গভীৰ হয়। ই নিংসগ মানুহৰ পৰম সন্তোষৰ বস্তু। হস্তমৈথুনে বিভিন্ন হৰমন নিসঃৰণ কৰি স্বাস্থ্যৰ কেইবাটাও দিশত উপকাৰ সাধন কৰে।

Apply Now

কিন্তু অতিমাত্ৰা হস্তমৈথুনে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। ই অভ্যাস বা আসক্তিত পৰিণত হ’লে যৌন জীৱন বিকৃত কৰি তুলিব পাৰে। অত্যধিক হস্তমৈথুনৰ তাড়নাই আমাৰ দৈনন্দিন জীৱনৰ কাম-কাজত সুচাৰুৰূপে মনোনিৱেশ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়ে হস্তমৈথুনৰ আসক্তি বা অত্যধিক হস্তমৈথুনৰ পৰা আঁতৰি থাকিব লাগে। 

কিদৰে দূৰ কৰিব অত্যধিক হস্তমৈথুনৰ আসক্তি – 

১/ আত্ম সচেতনতা : আপোনাৰ পৰিৱৰ্তনৰ ইচ্ছা আছে বুলি স্বীকাৰ কৰক আৰু অত্যধিক হস্তমৈথুনৰ ফলত আপোনাৰ জীৱনত হোৱা নেতিবাচক প্ৰভাৱ মনলৈ আনক।

২/ লক্ষ্য নিৰ্ধাৰণ কৰক : হস্তমৈথুনৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক। সৰু সৰু খোজেৰে আৰম্ভ কৰক আৰু লাহে লাহে আপোনাৰ ডাঙৰ লক্ষ্যৰ দিশত কাম কৰক।

৩/  কাৰণ চিনাক্ত কৰক : এনেকুৱা পৰিস্থিতি বা আৱেগ চিনাক্ত কৰক যিবোৰে আপোনাক অত্যধিক হস্তমৈথুন কৰিবলৈ বাধ্য কৰে। ইয়াৰ ভিতৰত বিৰক্তি, মানসিক চাপ, নিসংগতা বা অন্যান্য কাৰণ থাকিব পাৰে।

৪/ স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলক : হস্তমৈথুন কৰিবলৈ মন গ’লে বিকল্প কাৰ্য্যকলাপ বিচাৰি উলিয়াওক। ব্যায়াম কৰা, সামাজিক যোগাযোগ কৰা বা নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক।

৫) ব্যস্ত থাকক : নিজকে ব্যস্ত কৰি ৰাখক। কাম নথকাৰ মানুহৰ মগজুত চয়তানে বাস কৰে। কৰ্মহীন সময়ে হস্তমৈথুন কৰিবলৈ প্ৰলোভিত কৰিব পাৰে।

৬) যোগাভ্যাস আৰু ধ্যান : যোগ বা ধ্যানৰ অভ্যাসে আপোনাৰ মন শান্ত কৰি তুলিব পাৰে। ই হস্তমৈথুনৰ অভ্যাস নোহোৱা কৰাত সহায় কৰে।

৭) এটা ৰুটিন গঢ়ি তোলক : কামৰ এখন নিয়মীয়া ৰুটিন তৈয়াৰ কৰক। নিয়মীয়া ৰুটিনে আপোনাক হস্তমৈথুনৰ পৰা আঁতৰাই অনাত সহায় কৰিব।

৮) যৌন ছবি চোৱাৰ পৰা বিৰত থাকক : যৌনতা সম্পৰ্কীয় উত্তেজক কথা পতা, যৌনতাৰ কথা ভাবি থকা বা পৰ্ণগ্ৰাফী চোৱা বন্ধ কৰক। পৰ্ণগ্ৰাফী চাবলৈ মন গ’লে তাৰ সলনি এখন ভাল চিনেমা বা কমেডি ভিডিঅ’ চাওক। নাইবা অনুপ্ৰেৰণামূলক ভিডিঅ’ চাওক।

৯) অকলে নাথাকিব : অকলে থাকিলে বা নিসংগ হৈ থাকিলে হস্তমৈথুন কৰিবলৈ সঘনাই মন যায়। সেয়ে অকলে সময় কটোৱাৰ সলনি পৰিয়ালৰ লোক বা বন্ধু বৰ্গৰ লগত সময় অতিবাহিত কৰক নাই ক’ৰবালৈ ফুৰিবলৈ ওলাই যাওক।

১০) চিকিৎসকৰ সহায় লওক : যদি আপোনাৰ হস্তমৈথুনৰ প্ৰতি আসক্তি গুৰুতৰ আৰু ই দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে, তেন্তে চিকিৎসা পেছাদাৰী বা থেৰাপিষ্টৰ পৰা সহায় লোৱাটো প্ৰয়োজনীয় হ’ব পাৰে। গতিকে আসক্তিৰ পৰা হাত সাৰিবলৈ চিকিৎসকৰ সহায় ল’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd