DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰতে কিদৰে বনাব উন্নত মিতব্যয়ী চৌকা? কাজিৰঙাত প্ৰশিক্ষণ ডব্লিউ ডব্লিউ এফৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 21, 2018 10:58 pm
WWF

কাজিৰঙাত সামৰণি পৰা কৰ্মশালাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

226
VIEWS
Share on FacebookShare on Twitter

কিদৰে সাজিব পাৰি উন্নত চৌকা? এই বিষয়েই প্ৰশিক্ষণ দিয়া হয় ডব্লিউ ডব্লিউ এফ (World Wildlife Fund)ৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুনদাঙা গাঁৱত আয়োজিত এক কৰ্মশালাত।

শুকুৰবাৰে সামৰণি পৰা ৫ দিনীয়া কৰ্মশালাখনত কাজিৰঙাৰ কাঞ্চনজুৰি আৰু আমগুৰি এনিমেল কৰিড’ৰ এলেকাৰ ৯খন গাঁৱৰ ২৫গৰাকী যুৱকে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে৷

প্ৰশিক্ষণটোত আন ১৭গৰাকী যুৱকক সৌৰচালিত সঁজুলিৰ মেৰামতি আৰু ব্যৱহাৰৰো প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

অসম শক্তি উন্নয়ন বিভাগৰ হেৰেম্বৰ গোস্বামী আৰু কাৰ্ত্তিক শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থকা প্ৰশিক্ষণটোৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰৰ লগতে ১৫টা বৈদ্যুতিক লাইট আৰু ১০টা সৌৰচালিত লাইটো বিতৰণ কৰা হয়৷

প্ৰশিক্ষণটোত সহযোগিতা আগবঢ়াইছিল অসম শক্তি উন্নয়ন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

সামৰণি অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক ভাস্কৰ জ্যোতি বুঢ়াগোহাঁই আৰু ডব্লিউ ডব্লিউ এফৰ কাজিৰঙা-কাৰ্বি আংলং প্ৰকল্পৰ জ্যেষ্ঠ সমন্বয়ক প্ৰণৱ জ্যোতি বৰা।

“প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বনাঞ্চলৰ ওপৰত জনসাধাৰণ নিৰ্ভৰশীলতা কমাবৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে,” বৰাই জানিবলৈ দিয়ে৷

Recent News

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd