• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

প্ৰিয়জনক কিদৰে দিব প্ৰেমৰ প্ৰস্তাৱ? জানি লওক ১০ টা বিশেষ কিটিপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 8:30 am
125
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ‘ভেলেন্টাইন ডে’। অৰ্থাৎ প্ৰেমৰ দিৱস। কিন্তু এতিয়াও আপুনি অকলশৰীয়া নেকি? প্ৰিয়জনক ভালপোৱাৰ কথা জনাবলৈ এতিয়াও মনৰ লজ্জা আৰু শংকা দূৰ হোৱা নাই নেকি আপোনাৰ? মনৰ কথা ক’বলৈ ভয় লাগে নেকি আপোনাৰ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে –

১. ভাল লগা কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিওঁতে কেতিয়াও অভিনয় কাম নকৰিব। আপোনাৰ আচল ব্যক্তিত্বক ভালপোৱাৰ সুযোগ দিয়ক। নিজৰ শৈলীত প্ৰস্তাৱ দিয়ক। কাৰোৰে পৰা নকল নকৰিব। নিজৰ মনৰ কথা ক’বলৈ আপুনি যি ধৰণে আত্মবিশ্বাস অনুভৱ কৰে, সেই পথ বাচি লওক।

Apply Now

২. আঁঠু্ কাঢ়ি প্ৰেমৰ প্ৰস্তাৱ দিয়াতো এটা পুৰণি পদ্ধতি। কিন্তু যুগ যুগ ধৰি পুৰুষে আঁঠু কাঢ়ি মহিলাক প্ৰস্তাৱ দি সফলতা লাভ কৰি আহিছে।

৩. মমবাতিৰ পোহৰত ৰাতিৰ আহাৰ প্ৰেম প্ৰস্তাৱৰ বাবে এটা ভাল পৰিৱেশন হ’ব পাৰে। আপোনাৰ আপোনজনক এখন ভাল ৰেষ্টুৰেণ্টলৈ লৈ গৈ মমবাতিৰ পোহৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰক আৰু মনৰ কথা জনাওক।

৪. সম্ভৱ হ’লে আপোনজনক প্ৰথম লগ পোৱা ঠাইখনলৈ লৈ গৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ক।

৫. ১৪ ফেব্ৰুৱাৰীত দুয়ো একেলগে এখন ভাল ৰোমান্টিক চিনেমা চাবলৈ যাওক। বিৰতিৰ সময়ত আপোনাৰ প্ৰিয়জনক আপোনাৰ মনৰ কথা ব্যক্ত কৰক।

৬. কফি মগ বা হাতেৰে অংকন কৰা ছবিৰ জৰিয়তেও প্ৰস্তাৱ দিব পাৰে।

৭. জনপ্ৰিয় এফ এম বা টিভি চেনেলৰ অনুষ্ঠান এটাত ফোন কৰি আপোনাৰ ক্ৰাছক প্ৰস্তাৱ দিয়ক। আপুনি যিজনক প্ৰস্তাৱ দিব বিচাৰে তেওঁক আগতেই শ্ব’টো শুনিবলৈ বা চাবলৈ কওক।

৮. আপুনি ভালপোৱা ব্যক্তিজনক তেওঁৰ পচন্দৰ লগত খাপ খোৱাকৈ উপহাৰ দিয়ক। উপহাৰৰ বাকচৰ ভিতৰত আপোনাৰ মনৰ কথা চিঠিৰ আকাৰে লিখক।

৯. আপোনাৰ প্ৰিয়জনক মেচেজ কৰক যে ভেলেণ্টাইন ডে’ৰ বিয়লি আপোনাৰ সৈতে কফি খাবলৈ ওলাই যাব বিচাৰে নেকি? যদি উত্তৰ ‘হয়’ হয়, তেন্তে আপুনি সেউজ সংকেট লাভ কৰিছে বুলি ভাবি লওক আৰু মনৰ কথা কওক।

১০. আপুনি এই গীটাৰ বজাই নেকি? তেনেহ’লে কথাই নাই। আপুনি গীটাৰ বজাই এটা সুন্দৰ ৰোমান্টিক গানেৰে আপোনাৰ প্ৰেয়সীক প্ৰস্তাৱ আগবঢ়াব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd