• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ সৃষ্টি হৈছিল সোণাগাছিৰ ৰেড লাইট এলেকা? জানো আহক সোণাগাছিৰ ইতিহাস

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 14, 2024 9:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণাগাছি হৈছে যৌনতাৰ নগৰী হিচাপে পৰিচিত কলকাতাত অৱস্থিত এক বিশাল অঞ্চল। সাধাৰণতে এই অঞ্চলৰ নাম ল’বলৈকো বহু ভদ্ৰ মানুহে সংকোচ কৰে। কাৰণ সোণাগাছি হৈছে বিশ্বৰ ভিতৰতে এক অন্যতম বৃহৎ ৰেড লাইট এলেকা।

সোণাগাছি নামটোৰ উৎপত্তি হৈছে এগৰাকী ধৰ্ম প্ৰচাৰকৰ নামৰ পৰা। আজিৰ ‘সোণাগাছি’ নামেৰে জনাজাত এই ঠাইখনৰ নাম আগতে ‘সোণাগাজী’ আছিল। এই ঠাইখনৰ নামটো আচলতে এজন ইছলামিক ধৰ্ম প্ৰচাৰকৰ নামৰ পৰাই আহিছে।

Apply Now

জানিব পৰা মতে, সোণাউল্লাহ নামৰ ইছলাম ধৰ্ম প্ৰচাৰক এজনৰ নামেৰে সেই ঠাইত এটা মছজিদ সজা হৈছিল। মছজিদটোৰ নাম আছিল ‘সোণাগাজী’।

সোণাউল্লাহ গাজীৰ প্ৰকৃত নাম সোণোল্লাহ শ্বাহ চুস্তি ৰহমাতুল্লাহ আলে। তেওঁ ইৰাণৰ পৰা ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল বুলি জনা যায়।  অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত তেওঁ কলিকতালৈ আহিছিল।

আচলতে বৰ্তমানৰ কলিকতা নামৰ চহৰখন নিৰ্মাণ হোৱা বহু আগেয়েই সোণাগাছি নামৰ ঠাই খনত এখন যৌনতাৰ গাঁও বা নগৰৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই অঞ্চলটোত যৌনতাৰ বেহা চলিছিল।

এই অঞ্চলৰ মাজেৰেই বৈ গৈছে হুগলী নদী। হুগলী নদী আৰু সোণাগাছিক কেন্দ্ৰ কৰি এই অঞ্চলত এটা বৃহৎ ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছিল।

সেই সময়ত তীৰ্থযাত্ৰী সকলৰ বাবে ৰাস্তাটো নদীৰ ঠিক কাষতে সজা হৈছিল। সেই ব্যৱসায়ী আৰু তীৰ্থযাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবে ইয়াত যৌনতা গাঁওখন ক্ৰমান্বয়ে বহল হৈ আহিছিল।

যেতিয়া বংগৰ নবাব ছিৰাজদৌলাই ইংৰাজক পৰাস্ত কৰিবলৈ কলিকতা আক্ৰমণ কৰিছিল, তেতিয়া নবাবে উভতি অহাৰ পথত কলিকতাৰ বিভিন্ন ঠাইত নিজৰ সৈন্য এৰি থৈ গৈছিল। নবাবৰ সেই সৈনিকসকলৰ পৰিয়াল ক্ৰমান্বয়ে কলিকতাৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিবলৈ ধৰিলে। সোণাগাচি যৌন গাঁওখন মুছলমান বসতিৰ ঠিক ওচৰতে আছিল। তাৰ কাষতে শ্মশান এখনো আছিল।

সোণাউল্লাহ গাজীয়ে কবৰস্থানৰ ওচৰত চাৰিটা মিনাৰ আৰু মাজত এটা গম্বুজ থকা মছজিদ নিৰ্মাণ কৰিছিল। সেই মছজিদৰ বাবেই সেই ৰাস্তাটোৰ নাম মছজিদবাৰী ষ্ট্ৰীট। ইয়াৰ কাষতে সোণাগাজী লেন নামেৰে জনাজাত এটা সৰু পথ আছে।

পিছত সেই মছজিদটো পৰিত্যক্ত হৈ পৰিছিল। ১৯৪৬ চনৰ সাম্প্ৰদায়িক হিংসাত মছজিদটো প্ৰায় ধ্বংস হৈছিল। জানিব পৰা মতে মছজিদৰ ভিতৰতে সোণাউল্লাহ গাজীক কবৰ দিয়া হৈছিল।

কিন্তু সোণাউল্লাহৰ বিষয়ে আন এক কিংবদন্তি আছে। জনশ্ৰুতি অনুসৰি, সোণাউল্লাহ এজন অপৰাধী আছিল। হত্যাৰ পৰা আৰম্ভ কৰি ডকাইতিলৈকে বিভিন্ন অপৰাধ তেওঁ সংঘটিত কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd