DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কিমান সময়ৰ অনলাইন ক্লাছ? চৰকাৰে বান্ধি দিছে নিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 8:23 pm
online123
6.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবেই এতিয়া দেশত বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান।

এনে সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মূল্যবান শিক্ষা বৰ্ষ এটা ৰক্ষা কৰাৰ বাবেই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে অনলাইন শিক্ষাৰ কাৰ্যসূচী প্ৰজ্ঞতা গ্ৰহণ কৰিছে।

ইংৰাজীত PRAGYATA ৰ অৰ্থ হৈছে ক্ৰমে Plan, Review, Arrange, Guide, Yak(talk), Assign, Track, আৰু  Appreciate.

Introducing ‘PRAGYATA’: Guidelines on #DigitalEducation for school heads, teachers, parents, and students containing recommended screen time for children, tips on coping with mental/physical stress during #DigitalLearning & more. Stay tuned for more details.#PRAGYATA pic.twitter.com/o1BkkhID7j

— Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) July 14, 2020

চৰকাৰে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক তথা মানসিক বিকাশৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

প্ৰজ্ঞতা অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষয়িত্ৰীয়ে কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কিমান সময় পঢ়ুৱাব তাৰ সময় নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে।

সেই মৰ্মে শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সৰ্বাধিক ৩০ মিনিট সময় অনলাইন যোগে পঢ়ুৱাব পাৰিব।প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৩০-৪৫ মিনিটৰ বাবে  দিনত দুটা ছেচনত পঢ়ুৱাব পাৰিব।

নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪টা ছেচনত পাঠদান কৰিব পৰা যাব।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে এক টুইট যোগে এই ব্যৱস্থাৰ কথা সদৰী কৰিছে।

প্ৰজ্ঞতা অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ উন্নয়নত সহায় কৰিব বুলি ভবা হৈছে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd