• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হেল্পলাইন পোৰ্টেল মুকলি মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2020 1:54 pm

1 min read

Union-HRD-minister-1140x570 (1)

পোখৰিয়াল

1.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশজুৰি ল’কডাউন ঘোষণা কৰাৰ পাছত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে মানৱ কল্যান বিকাশ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এক হেল্পলাইন পোৰ্টেল মুকলি কৰে।

অল ইণ্ডিয়া কাউঞ্চিল অব টেকনিকেল এডুকেশ্যন(এ আই চি টি ই)ৰ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে হেল্পলাইন পোৰ্টেল (https://helpline.aicte-india.org) টো এদিনৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াই।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ হেল্পলাইন পোৰ্টেলটো মুকলি কৰে।

মুকলি অনুষ্ঠানত এ আই চি টি ইৰ সঞ্চালক অনিল সহস্ৰবুদ্ধি আৰু অন্যান্য অতিথি সকলো উপস্থিত থাকে।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে থকা, খোৱা, অনলাইন ক্লাছ, পৰীক্ষা, জলপানি, স্বাস্থ্য আদিৰ ক্ষেত্ৰত সমস্যাত ভোগে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এই পোৰ্টেলটোৰ জৰিয়তে সহায় লাভ কৰিব।

আনহাতে, মানৱ সম্পদ বিকাশ মন্ত্ৰী গৰাকীয়ে দেশৰ প্ৰায় ৬৫০০ খন মহাবিদ্যালয়ে এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলিও পোখৰিয়ালে লগতে কয়।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই ২৯০২ গৰাকী হৈছে।

Tags: COVID19

Recent News

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd