• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিক্সাচালকৰ পুত্ৰৰ সপোন পূৰণ কৰিবলৈ ৩লাখ টকা দান কৰিলে হৃত্বিক ৰোশনে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2020 2:55 pm
WhatsApp Image 2020-09-23 at 2.12.12 PM

অভিনেতা হৃত্বিক ৰোশন।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ এগৰাকী অতি জনপ্ৰিয় তাৰকা হৃত্বিক ৰোশনৰ বিষয়ে সকলোৱে জানে। ভাল ডেন্সাৰ তথা অভিনেতা হিচাপে যুৱ প্ৰজন্মৰ অতি প্ৰিয় এইগৰাকী অভিনেতা।

কিন্তু মানুহ হিচাপেও তেওঁ এগৰাকী বিশাল মনৰ অধিকাৰী। প্ৰতিভাৱান তৰুণ প্ৰজন্মৰ প্ৰতি তেওঁ বিশেষ আগ্ৰহী।

Apply Now

শেহতীয়াকৈ এগৰাকী ২০ বছৰীয়া তৰুণৰ সপোন পূৰণৰ বাটত আশীৰ্বাদৰ হাত আগবঢ়ালে হৃত্বিকে।

উদীয়মান এগৰাকী বেলে ডেন্সাৰৰ প্ৰশিক্ষণৰ বাবে ৩লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়ালে অভিনেতাগৰাকীয়ে যাতে তেওঁ লণ্ডনলৈ গৈ এখন বেৱে স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে।

দিল্লীৰ বিকাশ পুৰীৰ বাসিন্দা কামাল সিঙৰ বাবে নিজৰ সংস্থা এইচআৰএক্স ফিল্মছৰ জৰিয়তে তাৰকাগৰাকীয়ে এই সাহায্য আগবঢ়ায়।

এতিয়া কামালে দ্য ইংলিছ নেশ্যনেল বেলে স্কুল অফ লণ্ডনত নামভৰ্তি কৰিব পাৰিব।

বিত্ত সাহায্য প্ৰদানকাৰী প্লেটফৰ্ম কেট্টোত কামালে তেওঁৰ সমস্যাৰ কথা জনাইছিল।

কামালে লিখিছিল,’’চাৰি বছৰ পূৰ্বে মই কোনোদিন বেলেৰ নামো শুনা নাছিলো। মোৰ পিতৃ এগৰাকী ৰিক্সাচালক আৰু মই স্থানীয় এখন চৰকাৰী স্কুলত অধ্যয়ন কৰি সকলো সময়তে নৃত্য কৰাৰ কথাকে মনত ভাৱো। ভাগ্যৰ ফলত মই দিল্লীত এখন নৃত্যৰ স্কুল চলোৱা মেছেৰাট্ৰো ফাৰ্ণাণ্ডো আগুইয়েৰৰ নৃত্যুৰ ক্লাছত যোগ দিও। তাতেই বেলে কাক কয় জানিব পাৰো।‘’

নিজৰ সাধনাৰ বলত কামালে প্ৰথম ভাৰতীয় ডেন্সাৰ হিচাপে লণ্ডনৰ  দ্য ইংলিছ নেশ্যনেল বেলে স্কুলৰ পৰা এবছৰৰ পেছাদাৰী প্ৰশিক্ষণ কাৰ্যসূচীত যোগ দিয়াৰ সুযোগ লাভ কৰিছে।

প্ৰশিক্ষণৰ শেষত তেওঁ সেই গ্ৰুপত বেলে ডেন্সাৰ হিচাপে নচাৰ সুযোগ পাব, লগতে মাহিলী দৰমহা লাভ কৰিব। কিন্তু ইংলেণ্ডলৈ যোৱা তথা তাত এবছৰ থকা-খোৱাৰ ব্যৱস্থাৰ বাবে যি টকাৰ প্ৰয়েজন সেয়া এগৰাকী ৰিক্সাচালক সন্তান হিচাপে তেওঁৰ নাই।

কামালৰ এই কথা হৃত্বিকে গম পোৱাৰ পাছতেই তেওঁ আগুৱাই আহি কামালৰ কাষত থিয় দিয়ে। ইতিমধ্যে কামালৰ একাউন্টত সেই প্ৰয়োজনীয় ৩লাখ টকা জমা হৈছে।

কামালৰ গুৰু মেছেৰাট্ৰো ফাৰ্ণাণ্ডো আগুইয়েৰে ইনষ্টাগ্ৰামত এই কথা সদৰী কৰিছে। এনেদৰে সহায় লাভ কৰি কামালে হৃত্বিকৰ প্ৰতি ধন্যবাদৰ ভাষা হেৰুৱাই পেলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd