• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত বাতিল মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা ;ৰাজ্যৰ শিক্ষা বিভাগে ল’লে সিদ্ধান্ত

দুখন কমিটিৰ যোগেদি লোৱা হ'ব বিভিন্ন সিদ্ধান্ত

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 18, 2021 5:50 pm
peg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো উদ্বিগ্নতা তথা জল্পনা-কল্পনাৰ অন্ত পেলাই মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিল কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে।

বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে দুখনকৈ কমিটি চৰকাৰে গঠন কৰিব।

Apply Now

কমিটিৰ সদস্যয়েই মাৰ্কিং চিষ্টেম নিৰ্ধাৰণ কৰিব। ৩১জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব।

সদৌ অসম ছাত্ৰ সন্থা,APSU, সাহিত্য সভাৰ সৈতে দীঘলীয়া আলোচনাৰ পাছত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্ত ঘোষণা কৰে।

কোভিড সৃষ্ট পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে।

কাইলৈ গঠন কৰিবলগীয়া দুয়োখন কমিটিয়ে মডেলিটি প্ৰস্তুত কৰিব এক সপ্তাহৰ ভিতৰত। মাৰ্কিং system টো কেনেকৈ মূল্যাংকন কৰিব সেয়া কমিটিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd