• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছৰ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 22, 2021 3:30 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ কোভিড পৰিস্থিতি শাম কটাৰ পিছতে হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ’ব। ছেবাৰ কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থা আৰু ছেবা কতৃপক্ষৰ মাজত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সমগ্ৰ দেশত তথা ৰাজ্যত কোভিড মহামাৰীয়ে যি ত্ৰাসৰ সৃষ্টি কৰি আছে তাৰ মাজতেই কিন্তু শিক্ষাৰ্থীসকলৰ জীৱনলৈ অন্ধকাৰ নামি অহা দেখা পোৱা গৈছে।

Apply Now

এই কোভিডৰ ত্ৰাসৰ বাবে প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা এই বৰ্ষত স্থগিত ৰখা হৈছিল।

কিন্তু শনিবাৰে ছেৱাৰ কাৰ্য্যালয়ত সদৌ অসম ছাত্ৰ সন্থা আৰু ছেবা কতৃপক্ষৰ মাজত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কোভিড ত্ৰাস নিয়ন্ত্ৰণ হোৱা লগে লগে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। আলোচনাৰ পাছত সংবাদমেলযোগে এই কথা জনায় আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ আলোচনাত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱাকে ধৰি ছেবাৰ কৰ্তৃপক্ষ উপস্থিত আছিল।

তেওঁলোকে জনোৱা অনুসৰি ৫ দিনৰ পাছত ছেবা কতৃপক্ষৰ সৈতে পুনৰ আলোচনাত বহিব আছুৰ নেতৃত্বই।

এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক নাথে সংবাদমেলত কয় “ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছেবালৈ অনুৰোধ যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা লগে লগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক জনোৱা উচিত। সেই মৰ্মেই ছেবাই কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা লগে লগে পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ সময় নিৰ্ধাৰণ কৰিব আৰু কেইখন পেপাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিব লাগিব সেই কথাও অৱগত কৰা হ’ব।”

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd