• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: প্ৰথম স্থানত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা; প্ৰথম দহ স্থানত আৰু কোন আছে চাওক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 6, 2020 8:52 am
SEBA-Results-750x375-1

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২০ বৰ্ষৰ ফলাফল।

এই পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে ধৃতিৰাজ বাস্তৱ কলিতাই।

Apply Now

বিদ্যালয়ৰ নাম পদুম পুখুৰী হাইস্কুল, দৰং।

তেওঁ  নম্বৰ লাভ কৰিছে ৫৯৫।

দ্বিতীয় স্থান দখল কৰিছে অলংকিতা গৌতম বৰুৱা, চল্ট ব্রক একাডেমী, ডিব্ৰুগড়।

তেওঁ  নম্বৰ লাভ কৰিছে ৫৯৪।

তৃতীয় স্থান দখল কৰিছে তিনিগৰাকীয়ে। দেৱীষ্মা প্ৰিয়া বৰা(জ্ঞান জ্যোতি একাডেমী, নাৰায়ণপূৰ), জ্যোতিষ্মান দেৱ শৰ্মা (শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰী), চাকি জি বুলতন (চেইণ্ট মেৰী স্কুল, গুৱাহাটী)

তেওঁলোকে লাভ কৰিছে ৫৯১  নম্বৰ।

index
হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ ধৃতিৰাজ বাস্তৱ কলিতা।

চতুৰ্থ স্থান দখল কৰিছে দুগৰাকীয়ে। নমস্যা ডেকা (লিটল flowers school, নলবাৰী) আৰু হীয়াশ্ৰী শৰ্মা (দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়)

তেওঁলোকে লাভ কৰিছে ৫৯০  নম্বৰ।

পঞ্চম স্থান দখল কৰিছে তিনিগৰাকীয়ে। মানস উত্তম নেওগ (নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়), অংকুৰজ্যোতি বেজবৰুৱা(উদয়ন শান্তি নিকেতন, বেজেৰা) আৰু হিৰক জ্যোতি বৈশ্য(কাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী),

তেওঁলোকে  নম্বৰ লাভ কৰিছে ৫৮৯।

ষষ্ঠ স্থান দখল কৰিছে চাৰি গৰাকীয়ে। হৰ্ষবৰ্ধন মহেশ্বৰী, (মাৰিয়ান হাইস্কুল বৰপেটা), হৰিদ্ৰ বৰা(Sacred heart high school, গোলাঘাট), ৰনোজ জ্যোতি বৰুৱা (জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপূৰ) আৰু হিমাশ্ৰী বৰুৱা (ফুলেশ্বৰী গাৰ্লছ হাইস্কুল, শিৱসাগৰ)।

তেওঁলোকে  নম্বৰ লাভ কৰিছে ৫৮৮ ।

সপ্তম স্থান দখল কৰিছে দুগৰাকীয়ে। অভিলাষা দত্ত (চেইণ্ট মেৰিছ হাইস্কুল, উত্তৰ লখিমপুৰ) আৰু জালক জালান (চেইণ্ট এণ্টনী ইংলিছ স্কুল, নগাওঁ)

তেওঁলোকে  নম্বৰ লাভ কৰিছে ৫৮৭।

অষ্টম স্থান দখল কৰিছে পাঁচ গৰাকীয়ে। অনিশা ৰয় (হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ), নিখিলেশ দত্ত (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), চিমৰণ বৰা (ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ), অন্তৰিক্স হাজৰিকা(নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ) আৰু অন্বেষা চক্ৰৱৰ্তী(ডনবস্ক  হাইস্কুল, দুমডুমা)

তেওঁলোকে মুঠ  নম্বৰ লাভ কৰিছে ৫৮৬ নম্বৰ।

নৱম স্থান দখল কৰিছে ১১ গৰাকীয়ে। ভৃগু মোহন কুমাৰ(শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং), ৰাজদ্বীপ বৰুৱা (শংকৰদেৱ শিশু নিকেতন, কাকডোঙা), নিহাৰিকা ভৰালী(গোলাঘাট জাতীয় বিদ্যালয়), শিল্পী শিখা ডেকা (পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ), মাছুম মেহতাব(শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), ইমন বৈশ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), অভিনৱ গগৈ (চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ), অবিনাশ কেউত (চেইণ্ট Stephens হাইস্কুল, তিনিচুকীয়া), অনন্যা মেধি (অসম জাতীয় বিদ্যালয়, নুনমাটি) আৰু নিৰজ খেতন (হেপী চাইল্ড হাইস্কুল, গুৱাহাটী)।

তেওঁলোকে মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে।

দশম স্থান দখল কৰিছে ১১ গৰাকীয়ে। পুজা বেনাৰ্জী(শংকৰদেৱ শিশু নিকেতন, বৰপেটা), প্ৰেৰণা ডেকা (বঙাইগাঁও হাইস্কুল), parsa তচনিম বৰভূঞা (শিলচৰ কলেজিয়েট স্কুল), অনিন্দিতা কোঁৱৰ (চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়), ভাৰ্গব জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), DIWIZ বিকাশ (চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ), অংকিতা দে (good Samaritan English high school, নগাওঁ), ঋত্বিকা কুমাৰ সূত (প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ), শশাংক হালৈ (আনন্দ বিদ্যা নিকেতন, নলবাৰী) আৰু মিচবাহুল কৰিম (লিটল ষ্টাৰ স্কুল,শোণিতপুৰ)

তেওঁলোকে লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ।

আনহাতে, এইবাৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৮২৭৮ গৰাকী, দ্বিতীয় বিভাগত ৭৭৮৫০ গৰাকী আৰু তৃতীয় বিভাগত ৯৫৮২৯ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।।

সৰ্বমুঠ উত্তীৰ্ণ হৈছে ২,২১,৭৫৬ গৰাকী। মুঠ উত্তীৰ্নৰ হাৰ ৬৪.৮০শতাংশ।

ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৬.৯৩শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১শতাংশ।

এইবাৰ সৰ্ব মুঠ ৩ লাখ ৪২ হাজাৰ ২২৪ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd