• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংকৰ পিছত আজি প্ৰথম বাৰলৈ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ক’ৰ’নাৰ উৎপত্তি কেন্দ্ৰ চীনৰ য়ুহানত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2020 12:13 pm

1 min read

6b71b67a-ef8c-42e4-9277-19f2dd16b848

ফ'টো সৌজন্য- বিবিচি

3.4k
VIEWS
Share on FacebookShare on Twitter

চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী য়ুহানত উৎপত্তি ঘটা ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে নৰ সংহাৰ অব্যাহত ৰখাৰ সময়তে প্ৰদেশখনত ক’ৰ’নাতংকৰ পিছত প্ৰথমবাৰলৈ আজি বিদ্যালয়সমূহ খোলা হৈছে।

উল্লেখ্য যে ইতিমধ্যে য়ুহানত ক’ৰ’না সংক্ৰমণ বন্ধ হোৱাৰ পিছত হুবেই প্ৰদেশৰ লগতে য়ুহানত ল’কডাউন খুলি দিয়া হৈছিল।

যোৱা মাৰ্চ মাহৰ পৰা চহৰখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পালেও বিদ্যালয়সমূহ খোলা হোৱা নাছিল।

সংবাদ প্ৰতিষ্ঠান বিবিচৰ মতে আজি প্ৰদেশখনৰ বিদ্যালয়সমূহৰ নৱম মানৰ দ্বাদশ শ্ৰেণীলৈহে খোলা হৈছে। আগন্তুক গ্ৰীষ্ম বন্ধৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আজিৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে।

আনহাতে চীনৰ অন্যান্য ৰাজ্য তথা প্ৰান্তৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে যোৱা মাৰ্চ মাহৰ পৰাই বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল।

ইফালে হুবেই প্ৰদেশৰ আজিৰ পৰা বিদ্যালয়লৈ যোৱা সকলো শিক্ষাৰ্থীকে ঘৰলৈ উভতি অহাৰ পূৰ্বে কোভিড১৯ৰ পৰীক্ষা কৰা হ’ব আৰু বিদ্যালয়ত সামাজিক দূৰত্ব বৰ্তাই ৰখা হৈছে বুলি চীনা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Tags: COVID-19

Recent News

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd