• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ডিমাপুৰত বৃহৎ পৰিমানৰ নগদ ধন জব্দ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 23, 2019 6:33 am

1 min read

cash

প্ৰতিনিধিত্বমূলক ফটো।উৎস-ইণ্টাৰেনট

640
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাইফলছৰ টহলদাৰী দলে নাগালেণ্ডৰ ডিমাপুৰৰ এজন ব্যক্তিক বৃহৎ পৰিমানৰ নগদ ধন লৈ অহা অৱস্থাত বৃহস্পতিবাৰে নিশা আটক কৰে। ব্যক্তিজনে ৫৭ লাখ টকাৰ নগদ ধন লগত লৈ আহিছিল।

নাগালেণ্ড নিৰ্বাচনী নিৰীক্ষণ কৰ্তৃপক্ষৰ পৰা বৃহ্ৎ পৰিমাণৰ ধন সম্বন্ধে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছৰ পহৰাদাৰী দলটোৱে ব্যাক্তিজনক আটক কৰিবলৈ সক্ষম হয়।

নিশা ন মান বজাত ব্যক্তিজনক আটক কৰি লগত লৈ অহা ধনখিনি জব্দ কৰা হয়। পৰৱৰ্তী সময়ত অসম ৰাইফলছে নাগালেণ্ড অনুসন্ধান সঞ্চালকালয় কৰ্তৃপক্ষৰ হাতত  ব্যাক্তিজন আৰু উদ্ধাৰ হোৱা ধনখিনিৰ সৈতে অধিক সোধ-পোচৰ বাবে গটাই দিয়া হয়।

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছত জব্দ হোৱা ধনখিনি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত জব্দ হোৱা সৰ্বাধিক পৰিমানৰ ধন হিচাপে পৰিগণিত হৈছে। এতিয়ালৈ আটক কৰা লোকজনৰ পৰিছয় লাভ কৰিব পৰা  হোৱা নাই। ধন খিনি কি উদ্দেশ্যত আৰু কলৈ লৈ যোৱা হৈ আছিল সেই সম্বন্ধেও এতিয়ালৈ বিতংকৈ জনিব পৰা হোৱা নাই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd