• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ গান্ধীবাৰীত কোভিড সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি ভেকচিন ল’বলৈ হিল-দল ভাঙি ওলাই আহিল মানুহ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 1, 2021 6:25 pm
kka
300
VIEWS
Share on FacebookShare on Twitter

যি ভেকচিনৰ জৰিয়তে কোভিড ৰোধৰ চেষ্টা কৰা হৈছে সেই ভেকচিন গ্ৰহণ কৰিবলৈ আহিয়েই তামুলপুৰত  বহুলোকে বৃদ্ধি কৰিলে কোভিড সংক্ৰমণৰ আশংকা।

বাক্সাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰীত ভেকচিন লোৱাৰ নামত সৃষ্টি হ’ল অভাৱনীয় পৰিৱেশ।

কোনো অসমীয়া ভ্ৰাম্যমান জগতৰ নাটক চাবলৈ নাইবা অসমীয়া হিট বোলছবি চাবলৈ অহা লোকৰ ভিৰ লগা  দৃশ্য যেন লাগিলেও আচলতে সেয়া নহয়। এনে দৃশ্য সততে দেখা যায় নামনি অসমৰ নলবাৰীৰ ৰাসতহে।

কিন্তু এইয়া নলবাৰীৰ ৰাসত নাটক চাবলৈ আহি ভিৰ কৰা দৃশ্য ও নহয় এয়া। এয়া হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰীৰ এটি কোভিড ১৯  ভেকচিন প্ৰদান কেন্দ্ৰৰ এটি ভয়লগা দৃশ্য।

এইদৰে গান্ধীবাৰী অঞ্চলৰ পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি কোভিড ১৯ ৰ  ভেকচিন লবলৈ আহি ভিৰ কৰা দেখা গৈছে। নাই কোনো সামাজিক দূৰত্ব। ভেকচিন লবলৈ অহা লোকক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিব লগা হৈছে আৰক্ষী।

কিছুদিন পূৰ্বে গান্ধীবাৰী অঞ্চলৰ কেইবাখনো গাঁওত ৰেড জন চিহ্নিত কৰি কণ্টেইনমেন্ট জন হিচাপে ঘোষণা কৰা হৈছিল।

কোভিড ভেকচিন লবলৈ আহি এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্ট হোৱাৰ পিছত অঞ্চলটোত পুনৰ কোভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd