• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেপ্তাৰ হোৱা “হুজি”ৰ নেতা আটিকুল্লাহ বাংলাদেশলৈ আহিছিল পৃষ্ঠপোষক বিচাৰি : বাংলাদেশ আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 8:30 pm
huji-atiqullah-02

বাংলাদেশ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা হুজিৰ নেতা আটিকুল্লাহ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হুজিৰ এজন অন্যতম নতুন নেতা আটিকুল্লাহক বাংলাদেশলৈ পৃষ্ঠপোষক বিচাৰি প্ৰেৰণ কৰিছিল মুফটি শ্বাহিদ নামৰ এজন প্ৰাক্তন হুজি নেতাই।

বাংলাদেশৰ সন্ত্ৰাস বিৰোধী আৰক্ষীৰ মুখ্য অতিৰিক্তি আয়ুক্ত মনিৰুল ইছলামে হুজিৰ নেতাজনৰ স্বীকাৰোক্তি বুলি জানিবলৈ দি সংবাদ মাধ্যমক কয়।

Apply Now

যোৱা ২ অক্টোবৰত আটিকুল্লাহ আন দুজন সহযোগী বোৰহান উদ্দিন ৰাবানী (৪২) আৰু নাজিম উদ্দিন ওৰফে শ্বামিমৰ (৪৩) সৈতে বাংলাদেশ আৰক্ষীৰ হাতত ঢাকাত ধৰা পৰিছিল।

তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী আইনৰ ধাৰা ১৬৪-ৰ অধীনত গোচৰ ৰুজু কৰা হয় আৰু হুজিৰ সদস্যকেইজনে আদালতত এই স্বীকাৰোক্তি দিয়ে বুলি আৰক্ষী বিষয়াজনৰ দাবী।

“মুফটি শ্বাহিদ আৰু কেইজনমান পাকিস্তানী লোকে আটিকুল্লাহক বাংলাদেশলৈ পৃষ্ঠপোষক বিচাৰি যোৱা মাৰ্চত প্ৰেৰণ কৰিছিল। তেওঁ অতীত ৰেকৰ্ডে তেওঁৰ সফলতা সন্দৰ্ভত আশাবাদী কৰিছিল তেওঁলোকক”, আৰক্ষী বিষয়া মনিৰুল ইছলামে কয়।

“দেশখনত কোনো কূটাঘাত নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁ নিৰ্দিষ্ট কিছুমান লোকৰ সৈতে এই বিষয়ত দৰদাম কৰিবলৈ আহিছিল”, আৰক্ষী বিষয়াজনে কয়।

অৱশ্যে আৰক্ষী বিষয়াজনে আটিকুল্লাহক টকা দিয়া মানুহৰ নাম বা লক্ষ্য দেশ সম্পৰ্কত মন্তব্য কৰাৰ পৰা বিৰত থাকে।

পাকিস্তানী ইণ্টেলিজেন্স এজেন্সিয়ে বাংলাদেশৰ সন্ত্ৰাসবাদীসকলক ভাৰতক অস্থিৰ কৰি তোলাৰ কামত নিয়োগ কৰি আহিছে।

বৰ্তমানৰ শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰখনে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীল বুলি দাবী কৰি থাকে যদিও আটিকুল্লাহৰ দৰে একাংশ ইছলাম ভিত্তিক সন্ত্ৰাসবাদী এতিয়াও প্ৰশাসনৰ তলৰ স্তৰৰ কিছু চৰকাৰী বিষয়াৰ বেআইনী সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈ আহিছে।

আটিকুল্লাহৰ গ্ৰেপ্তাৰৰ পিছতে সন্ত্ৰাসবাদ বিৰোধী বিষয়াসকলে মন্তব্য কৰিছিল যে আটিকুল্লাহে সন্ত্ৰাসবাদী সংগঠনটোক কাশ্মীৰ আৰু ৰহিংগীয়া সংকটক মূলধন কৰি নতুনকৈ গঢ় দিব খুজিছিল।

আৰক্ষীৰ মতে, আটিকুল্লাহ আফগান যুদ্ধফেৰৎ আৰু তেওঁ এজন আই ই ডি বিশেষজ্ঞ। ২০০৬ চনৰ পৰা চৌদি আৰবীয়াৰ ডুবাইত আত্মগোপন কৰি থকা আটিকুল্লাহক বাংলাদেশলৈ পৃষ্ঠপোষক বিচাৰি প্ৰেৰণ কৰা মুফটি শ্বাহিদো ডুবাইত আত্মগোপন কৰি আছে।

আনহাতে আটিকুল্লাহে আল কয়দাৰ মুৰব্বী ওচামা বিন লাদেনকো লগ পাইছিল বুলি কোৱা শুনা যায়।

প্ৰাক্তন হুজি নেতা তথা বাংলাদেশে দুবছৰ পূৰ্বে ফাঁচি দিয়া মুফটি আব্দুল হান্নানে আটিকুল্লাহক সংগঠনটোৰ সাংগঠনিক সম্পাদক পাতিছিল। তেওঁক পিছত বিত্ত আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দায়িত্ব দিয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd