• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰবৰাহকাৰীৰ পৰা ডেৰ লাখত কিনা মহিলাক ওভতাই পঠিয়ালে হাৰিয়ানাৰ ব্যক্তিয়ে

ছফিকুল আহমেদ by ছফিকুল আহমেদ
May 12, 2019 10:04 pm
Jiarul

সৰবৰাহকাৰী জিয়াৰুল ইছলাম। ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰী সৰবৰাহকাৰীয়ে হাৰিয়ানাৰ চিৰুৱা জিলাত ডেৰ লাখ টকাত বিক্ৰী কৰা গোৱালপাৰা জিলাৰ বিবাহিত মহিলা এগৰাকী আজি কিছুদিন পূৰ্বে নিজ ঘৰলৈ উভতি আহে। জানিব পৰা মতে মহিলাগৰাকীৰ দুখ-দুৰ্দশা বুজি মহিলাগৰাকীক ক্ৰয় কৰা ব্যক্তি জনেই নিজ ঘৰলৈ ওভতাই পঠিয়ায়।

ইফালে মহিলাগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ আঁৰত থকা জিয়াৰুল ইছলাম নামৰ সৰবৰাহকাৰীজনক যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীজনৰ ঘৰ পশ্চিম গোৱালপাৰাৰ শাকতোলা গাঁৱত।

Apply Now

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি পশ্চিম গোৱালপাৰাৰ ৰামহৰিচৰৰ বাসিন্দা বিবাহিত মহিলাগৰাকীৰ সৈতে সৰবৰাহকাৰীজনৰ প্ৰথমে মোবাইল ফোনত চিনাকী হৈছিল। আৰু এইদৰে দুয়োৰে মাজত সম্পৰ্ক গভীৰ হয় আৰু পাছত জিয়াৰুলে মহিলাগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে।

সৰবৰাহকাৰী জিয়াৰুল আছিল বিবাহিত, এই কথাৰ কোনো সত্য সত্যতা বিচাৰ নকৰি মহিলাগৰাকীয়েও ব্যক্তিজনৰ লগত বিয়া হ’বলৈ মান্তি হয়। পাছত জিয়াৰুলে গোৱালপাৰা জিলা আদালতত ৰেজিষ্টাৰ কৰোৱাৰ উদ্দেশ্যে মহিলাগৰাকীক জিলাখনৰে আগিয়া নামৰ ঠাই এখনলৈ লৈ আহে। আৰু তাত এখন চাহৰ দোকানত জিয়াৰুলে মহিলাগৰাকীক চাহৰ সৈতে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰে।

‘ইয়াৰ পাছতে মই তাইক বঙাইগাঁও ষ্টেশ্যনলৈ লৈ আহো। আৰু তাৰ পৰা এখন ট্ৰেইনেৰে হাৰিয়ানালৈ আহি এজন ব্যক্তিৰ ওচৰত মই তাইক ডেৰ লাখ টকাত বিক্ৰী কৰি দিছিলো’। আৰক্ষীৰ আগত এই ভাষ্য প্ৰদান কৰে সৰবৰাহকাৰী জিয়াৰুলে।

ইফালে মহিলাগৰাকীক ক্ৰয় কৰা ব্যক্তিজনে অসুস্থ অৱস্থাত থকা বাবে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। কিন্তু মহিলাগৰাকীৰ চেতনা ঘূৰি অহাৰ লগে লগে চিকিৎসালয়ত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। মহিলাগৰাকীয়ে ঘৰলৈ উভতি আহিবৰ বাবে লোকজনৰ ওচৰত কাকতি-মিনতি কৰে।

অৱশেষত লোকজনে মহিলাগৰাকীৰ অৱস্থা দেখি পৰিয়ালৰ সৈতে যোগাযোগ কৰি ঘৰলৈ ওভতাই নিয়াৰ বাবে পৰিয়ালৰ লোকক অনুৰোধ জনায়।

উল্লেখ্য যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে নিৰুদ্দেশ হোৱা বুলি পঞ্চৰত্ন আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰু ইয়াৰ পাছতে আৰক্ষীৰ তৎপৰতাত মহিলাগৰাকীক হাৰিয়ানাৰ পৰা নিজ ঘৰলৈ ওভতাই আনিবলৈ সক্ষম হয়।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা পলাতক অৱস্থাত থকা নাৰী সৰবৰাহকাৰী জিয়াৰুল ইছলামক আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আটকাধীন জিয়াৰুলক গোৱালপাৰা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে নাৰীবৰাহকাৰীৰ কৱলত পৰা মহিলাগৰাকী যোৱা পাঁচবছৰৰ পৰা বেলেগকৈ থাকিবলৈ লৈছিল।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd