• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ সমীপতে আৱিষ্কৃত হৈছে ঘৰচিৰিকাতকৈয়ো সৰু ডাইন’চৰ!

কোশিক তালুকদাৰ by কোশিক তালুকদাৰ
March 23, 2020 8:36 am
ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাইন’চৰ বুলি ক’লেই এটা বৃহৎ ভয়ানক প্ৰাণীৰ ছবি আপোনাৰ মনলৈ আহে, নহয় নে? হলিউদৰ কল্পবিজ্ঞানভিত্তিক চিনেমা, আপোনাৰ নিকটৱৰ্তী বিজ্ঞান সংগ্ৰহালয়ত চোকা দাঁত থকা বৃহদাকাৰ ডাইন’চৰবোৰ দেখি দেখি আমাৰ মনত এই ছবিখনৰ সৃষ্টি হৈছে।

অৱশ্যে জীৱবিজ্ঞান বা তেনে ধৰণৰ বিষয় সম্পৰ্কীয় কিতাপ-পত্ৰ অধ্যয়ন কৰা লোকসকলে নিশ্চয় জানে যে ডাইন’চৰ নামৰ এই সৰীসৃপ গোটটোত বিভিন্ন প্ৰজাতিৰ প্ৰাণী অন্তৰ্ভুক্ত।

Apply Now

এই গোটৰ অন্তৰ্গত কিছুমান প্ৰাণী দৰাচলতে সৰীসৃপ নহয়। কিছুমান ডাইন’চৰ আমি চিনেমাত দেখাৰ দৰে হিংস্ৰ বৃহদাকাৰ প্ৰাণী। আন কিছুমান আকৌ তাতকৈ ক্ষুদ্র (বোধহয় হাতীৰ সমান), কিছুমান গৰুৰ সমান আকাৰৰ, আন কিছুমান চৰাইৰ সমান সৰু। কিছুমান স্থলচৰ, কিছুমান জলচৰ, কিছুমানে আকৌ উৰিব পাৰিছিল। কিছুমান মাংসভোজী, আন কিছুমান তৃণভোজী।

মুঠতে ডাইন’চৰ নামক প্ৰাণীবিধৰ বিভিন্নতা আৰু বিচিত্ৰতা বিজ্ঞানীসকলৰ বাবে অন্তহীন গৱেষণাৰ বিষয়। এই গৱেষণাই নিতৌ নতুন নতুন আমোদজনক তথ্যৰ সম্ভেদ দি আহিছে।

মানুহ এই পৃথিৱীলৈ অহাৰ বহু আগতেই ডাইন’চৰ বিলুপ্ত হৈ গ’ল। সেয়ে মানুহৰ জন্মৰ আগৰ পৃথিৱী নামৰ এই গ্ৰহটোত কেনেধৰণৰ জীৱই কিদৰে বাস কৰিছিল সেয়া জানিবলৈ মানুহৰ উৎকন্ঠাৰ অন্ত নাই। অলপতে এদল বিজ্ঞানীয়ে ম্যানমাৰত এটা জীৱাশ্ম আৱিষ্কাৰ কৰি সদৰি কৰিছে এক নতুন প্ৰকাৰৰ ডাইন’চৰৰ কথা। ইয়াৰ আকাৰ হামিংবাৰ্ড (চৰাই)ৰ সমান, অর্থাৎ ই আমাৰ সকলোৰে চিনাকি ঘৰচিৰিকাতকৈয়ো সৰু।

বোধহয় ইয়েই এতিয়ালৈকে আৱিষ্কৃত হোৱা আটাইতকৈ ক্ষুদ্ৰ প্ৰজাতিৰ ডাইন’চৰ। বিজ্ঞানীসকলে ইয়াক নাম দিছে Oculudentavis Khaungraae। ইয়াৰ লাওখোলাটো ৭.১ মিলিমিটাৰ দীঘল, চকুদুটা ডাঙৰ, জেঠীৰ চকুৰ নিচিনা। এই ডাইন’চৰবিধৰ ২৯/৩০টা দাঁত থকাটোৱে সূচায় যে ইহঁতে দিনৰ পোহৰত সৰু সৰু পোক-পতংগ চিকাৰ কৰি খাইছিল।

নতুনকৈ আৱিষ্কৃত এই ডাইন’চৰ সম্পৰ্কত Lars Schmitz নামৰ জীৱবিজ্ঞানীজনাই কৈছে- “….this provides us a window into the world of dinosaurs at the lowest end of the body-size spectrum. Its unique anatomical features point to one of the smallest and most ancient birds ever found.” গতিকে এই নতুন ডাইন’চৰৰ জীৱাশ্ম আৱিষ্কাৰ নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ ।

এনেকুৱা গৱেষণাই আমাক ডাইন’চৰ যুগৰ জীৱজগত আৰু পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰৰ বিৱৰ্তন সম্পৰ্কে জ্ঞানৰ দুৱাৰ খুলি দিব।

কোশিক তালুকদাৰ

কোশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd