• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহাত কংগ্ৰেছত যোগ দিলে বিজেপি যুৱ মৰ্চা, এ ভি বি পি, অগপ আৰু আছুৰ শতাধিক সদস্যই

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 31, 2018 7:31 pm

1 min read

Raha congress meeting
88
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ৰহাত আজি যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত ৰহা ব্লক কংগ্ৰেছৰ এখন সভাত বিজেপি, আছু আৰু অগপৰ কেইবাশতাধিক কৰ্মী তথা নেতাই যোগদান কৰে।

ৰহা মণ্ডল কংগ্ৰেছৰ সভাপতি মহম্মদ আব্দুল কৰিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিজেপিৰ যুৱ মৰ্চা আৰু ৰহাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩০০ গৰাকী সদস্যৰ এটা বৃহৎ দলে যোগদান কৰে। ইয়াৰ উপৰি উক্ত সভাত চাপৰমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি আছুৰ প্ৰায় ৫০ জনীয়া সদস্যৰ এটা দলৰ লগতে ৰহা অগপৰ প্ৰায় ৩০ জন বিষয়-ববীয়াই কংগ্ৰেছত যোগদান কৰে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এ আই ইউ ডি এফ আৰু বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰি সমাগত পঞ্চায়ত, লোকসভা আৰু অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে সকলোকে আহ্বান জনায়।

আজিৰ এই সভাত জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, নগাঁও জিলা পৰিষদৰ সভাপতি হাইদৰ হুছেইন, ৰহা ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল কৰিম, নগাঁও জিলা অনুসুচিত জাতি পৰিষদৰ অধ্যক্ষ দীপ দাস, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰা, জিলা এন এছ ইউ আইৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰুনাংশু ভূঞা আৰু কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি বেণু আহমেদ আদি উপস্থিত থাকে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd