DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় পৰ্যায়ৰ বানপানীত ডিব্ৰুগড়ত শতাধিক পোহনীয়া জীৱ-জন্তুৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 8:21 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

বানপানীয়ে উজনি অসমৰ ডিব্ৰুগড় জিলাত সংহাৰী ৰূপ ধাৰণ কৰি ২৯৭ টা সৰু-বৰ জীৱ জন্তুৰ প্ৰাণ কাঢ়ি  লৈছে।

দ্বিতীয় পৰ্যায়ৰ বানপানীয়ে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰি মানুহৰ জীৱন কাঢ়ি নিয়াৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

ডিব্ৰুগড় জিলাত হোৱা ভয়াবহ বানপানীৰ কবলত পৰি শতাধিক গৰু-মহৰ মৃত্যু হৈছে।

জিলাখনৰ পশুপালক সকলে জানিবলৈ দিয়া মতে, বানপানী আৰু খাদ্যৰ অভাৱত তেওঁলোকে ঘৰচীয়া জীৱ-জন্তু যেনে গৰু-মহ হেৰুৱাবলগীয়া হৈছে।

”আমাৰ জীৱ-জন্তুবোৰ বানপানী আৰু খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিছে। এই বৰ্ষৰ বানপানীয়ে আমাৰ সকলো শস্য বিনস্ত কৰি পেলাইছে। প্ৰতিবছৰৰ বানপানী আৰু গৰাখহনীয়াত আমাৰ শস্য আৰু জীৱকূলৰ ক্ষতিসাধন হয়।

বানপানীয়ে ঘাঁহৰ ওপৰত বোকাৰ দাঠ তৰফ পেলাই যোৱাৰ ফলত পোহনীয়া জীৱ-জন্তুবোৰে খাবলৈ একো নোপোৱা হৈছে।

আনহাতে, পশুপালক সকলে এতিয়ালৈ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা জীৱ-জন্তুৰ বাবে কোনোধৰণৰ সহায় লাভ কৰা নাই বুলিও অভিযোগ কৰে।

”এতিয়ালৈ ডিব্ৰুগড় জিলাত ২৯৭ টা সৰু-ডাঙৰ পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে,” নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত অসম দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা প্ৰকল্প বিষয়া দিপজ্যোতি হাতীকাকতিয়ে এইদৰে জানিবলৈ দিয়ে।

Recent News

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd