• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাংটিঙত অগপ-কংগ্ৰেছত খহনীয়া, সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 2, 2019 2:53 pm
20190402_125512

লাংটিঙত বিভিন্ন দলৰ কৰ্মীৰ বিজেপিত যোগদান। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে পাহাৰীয়া ডিমা হাচাও জিলাত অগপ আৰু কংগ্ৰেছ শিবিৰত খহনীয়া আৰম্ভ হৈছে। যোৱা কেইবা দিন ধৰি বিজেপি দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে। এনে পৰিস্থিতিত এতিয়ালৈকে লাংটিঙত কংগ্ৰেছ, অগপ এৰি সহস্ৰাধিক নেতাকৰ্মী সোমবাৰে গেৰুৱা দল বিজেপিত যোগদান কৰে।

লাংটিঙ স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ বিজেপি সদস্য তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ ই এম গলঞ্জ থাউচেনৰ উপস্থিতিত বিভিন্ন দলৰ নেতাকৰ্মী সকলে বিজেপিত  যোগ দিয়ে।

Apply Now

উল্লেখযোগ্য যে প্ৰাক্তন চিইএম তথা অগপ দলৰ কেন্দ্ৰীয় সাংগঠিনক সচিব আইনজীৱী দেবজিত থাউচেনক সদ্য সমাপ্ত হোৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিপুল ভোটত পৰাজিত কৰে বিজেপি দলৰ তৰুণ নেতা গলঞ্জ থাউচেনে।

অগপৰ ঘাটি বুলি জনজাত লাংটিঙত এতিয়া চৌদিশে বিজেপিৰ জয়জয়কাৰ। ৰাজ্যত অগপ বিজেপিৰ নতুনকৈ মিত্ৰতা হ’লেও পাৰ্বত্য জিলাত অগপ-বিজেপিৰ মাজত মিত্ৰতাটো দূৰৰে কথা, দিনে দিনে দল দুটাৰ মাজত নূন্যতম সৌজন্যমূলক আদান প্ৰদানো পৰিলক্ষিত নোহোৱা হৈছে।

অগপ এৰি গেৰুৱা শিবিৰত যোগ দিয়া লাংটিঙৰ এগৰাকী অগপ কৰ্মীয়ে কয় যে এতিয়া ডিমা হাচাও জিলাত বিজেপি দলক বাদ দি  অগপ, কংগ্ৰেছ বা আন আন দলৰ অস্তিত্ব সংকটত আহি উপনীত হৈছে। ইয়াত এতিয়া অকল বিজেপি আৰু বিজেপি। বিজেপি দলে পাহাৰীয়া জিলাৰ সামিগ্ৰক উন্নয়নৰ কাৰণে যোৱা দুই বছৰে বহুতো কাম কৰিছে।

আনহাতে, বিজেপিত যোগদান কৰা এগৰাকী কংগ্ৰেছ কৰ্মীৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। ফলত কংগ্ৰেছ বা বেলেগ দলৰ থকাৰ যুক্তি নাই। তেওঁ কয়, ‘’আমাক উন্নয়ন লাগে। এনে বিষয় বিবেচনা কৰি বিজেপি দলত যোগদান কৰিছো।‘’

উল্লেখযোগ্য যে অহা ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত তিনিখন পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং  আৰু ডিমা হাচাওৰ একমাত্ৰ সংসদীয় সমষ্টি ৩ নং ডিফু আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। য’ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্তমান সাংসদ বীৰেন সিঙ ইংতি, আঞ্চলিক দল এএছডিছিৰ হলিৰাম টেৰাঙ, অল হিলছ্ পাৰ্টিৰ জন ইংতি কাথাৰ আৰু বিজেপি দলৰ প্ৰাৰ্থী হৈছে কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী নেতা হৰেন সিঙ বে’।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd