• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু যৌন নিৰ্যাতনত জড়িত ব্যক্তিক ক্ষমা কৰাৰ পৰিণতি; চাপত পদত্যাগ হাংগেৰীৰ ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2024 1:15 pm
কাটালিন ন’ভাক। ফাইল ফটোঃ সংগ্ৰহীত।

কাটালিন ন’ভাক। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক ক্ষমা কৰি দিয়াৰ বাবে বৃহোৱা প্ৰতিবাদৰ মাজতে হাংগেৰীৰ ৰাষ্ট্ৰপতি কাটালিন ন’ভাকে পদত্যাগ কৰিছে। শনিবাৰে তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানৰ ঘনিষ্ঠ মিত্ৰ ন’ভাকৰ পদত্যাগৰ দাবীৰে বিৰোধী ৰাজনীতিবিদসকলে ক্ৰমাৎ হেঁচা প্ৰয়োগ কৰিছিল। একে দাবীতে যোৱা শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত প্ৰতিবাদ কৰা হৈছিল।

এই পৰিস্থিতিত অৰবানৰ আন এজন সমৰ্থক প্ৰাক্তন ন্যায় মন্ত্ৰী জুডিট ভাৰ্গাই ঘোষণা কৰে যে ন’ভাক এতিয়া তেওঁৰ পদত নাই।

Apply Now

হাংগেৰীৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী মহিলা আছিল ন’ভাক। ২০২২ চনৰ মাৰ্চ মাহত তেওঁ এই দায়িত্ব গ্ৰহণ কৰিছিল। দেশৰ ৰাষ্ট্ৰপতিৰ পদটো হাংগেৰীত বহুলাংশে আলংকাৰিক।

লগতে পঢ়কঃ ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধ! ধৰ্মঘট ৰোধৰ বাবে আগতীয়াকৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে?

নিজে ভুল কৰা বুলি স্বীকাৰ কৰি ৪৬ বছৰীয়া ন’ভাকে কয় যে মই মোৰ পদৰ পৰা পদত্যাগ কৰিলো।

ইয়াৰ পূৰ্বে ন’ভাক পৰিয়াল নীতি বিভাগৰ মন্ত্ৰী আছিল। তেওঁ কয় যে মই যিসকলক আঘাত দিলোঁ আৰু যিসকলে অনুভৱ কৰিছিল যে মই তেওঁলোকক সমৰ্থন কৰা নাছিলো তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো।

এটা শিশু গৃহৰ প্ৰাক্তন উপ-সঞ্চালকক সাধাৰণ ক্ষমা কৰাৰ ফলতে বিতৰ্কৰ সৃষ্টি হৈছিল। ব্যক্তিজনে নিজৰ উচ্চপদস্থ বিষয়াৰ শিশু যৌন নিৰ্যাতনৰ বিষয়টো ঢাকি ৰখাত সহায় কৰিছিল।

যোৱা বছৰৰ এপ্ৰিল মাহত পোপ ফ্ৰান্সিছৰ বুডাপেষ্ট ভ্ৰমণৰ সময়ত এই ক্ষমাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু যোৱা সপ্তাহত এই বিষয়টো পোহৰলৈ আহিছিল। দেশৰ এটা স্বতন্ত্ৰ নিউজ চাইটে এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰে। তেতিয়াৰ পৰাই দেশৰ বিৰোধীয়ে ন’ভাকৰ পদত্যাগৰ আহ্বান জনাই আহিছে।

লগতে পঢ়কঃ মন্ত্ৰী-আমোলাৰ কোৱাৰ্টাৰত প্ৰিপেইড মিটাৰ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ইপিনে, যোৱা শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত প্ৰতিবাদকাৰীৰ সমাগম হয়। ৰাষ্ট্ৰপতিৰ তিনিজন উপদেষ্টাই পদত্যাগ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd