• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আচৰিত কাণ্ড! লাউডস্পীকাৰৰ সহায়ত ধৰিছে পৰিভ্ৰমী চৰাই; বন বিভাগৰ অভিযানত জব্দ চৰাই আৰু লাউডস্পীকাৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
December 3, 2019 7:26 pm
BIrds Caught by loudspeaker

উদ্ধাৰ কৰা চৰাইবোৰ আৰু চৰাই ধৰা লাউডস্পীকাৰ আদি সঁজুলি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাৱঁৰ জুৰীয়াৰ পৰা আজি বন বিভাগে দুষ্টচক্ৰই কৌশলেৰে ধৰি সজাত বন্দী কৰি থোৱা অৱস্থাত ১৬টা বনৰীয়া চৰাই উদ্ধাৰ কৰে। এটা গোপন সূত্ৰৰ ভিত্তিত অসম বন সুৰক্ষা বাহিনীয়ে অভিযানটো চলাইছিল।

জীৱন্তে বন্দী কৰা এই চৰাইবোৰ দুষ্টচক্ৰটোৱে মাংসপ্ৰিয় মানুহক বিক্ৰী কৰিবলৈ দিহা কৰিছিল বুলি জানিব পৰা গৈছে।

Apply Now

নগাওঁ জিলাৰ জুৰীয়া অঞ্চলৰ কিছুমান খেতি পথাৰত ধৰা এই চৰাইবোৰৰ বেছিভাগেই কাম চৰাই (Purple Moor hen)। অঞ্চলটোৰ পথাৰত এইদৰে চৰাই ধৰা বুলি জানিব পাৰি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অভিযানকাৰী দলটোক প্ৰেৰণ কৰা হৈছিল।

আচৰিত কথাটো হ’ল এই চৰাইবোৰক ধৰিবলৈ দুষ্টচক্ৰটোৱে এটা অভিনৱ কৌশল ব্যৱহাৰ কৰি আহিছে।

বন বিভাগৰ সূত্ৰই কয়, বন্দুক, ধনু-কাঁড় অথবা বিষাক্ত দ্ৰব্য নহয়, লাউডস্পীকাৰৰ সহায়ত এই চৰাইবোৰক জালত পেলায়।

“চিকাৰীসকলে চৰাইবোৰক আকৰ্ষণ কৰিবলৈ লাউডস্পীকাৰত এই চৰাইবোৰৰ বাণীবদ্ধ মাতটো বজায়। এই মাত অনুসৰণ কৰি গৈ গোপনে পাতি থোৱা জালত চৰাইবোৰ বন্দী হয়”, নগাওঁ ফৰেষ্ট ডিভিজনৰ ডিভিজনেল বিষয়া টি চি ৰঞ্জিতে কয়।

চৰাইৰ লগতে পথাৰত পাতি থোৱা লাউডস্পীকাৰ, জাল, সজা আদি আহিলাও জব্দ কৰে যদিও এজন নাবালক ল’ৰাৰ বাহিৰে কাকো ধৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো।

“ঘটনাৰ আঁৰত থকা চিকাৰীকেইজনক ধৰিবলৈ চেষ্টা অব্যাহত আছে”, বিষয়াজনে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে বন বিভাগৰ চকুত ধৰা নপৰিবৰ বাবে এই চিকাৰীবোৰে চৰাইবোৰ বজাৰত বিক্ৰী নকৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে ফোনত গ্ৰাহকৰ সৈতে যোগাযোগ কৰে আৰু দাম-দৰ কৰি ঘৰত যোগান ধৰে।

বিষয়াজনে বন বিভাগ এই চৰাইবোৰ মাংসৰ বাবে ক্ৰয় কৰা লোকসকলৰ সন্ধানতো আছে বুলি জনায়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd