DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী চাকৰি পোৱাই কাল হ’ল পত্নীৰ, হিংসাতে পতিয়ে কাটি পেলালে পত্নীৰ হাত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 6, 2022 5:21 pm
146
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী চাকৰি এটা পালে কাৰনো ভাল নালাগে? চৰকাৰী চাকৰি পাই ভাল লাগিছিল পশ্চিমবংগৰ ৰেণু খাতুন নামৰ মহিলা গৰাকীৰ। নাৰ্ছিঙৰ প্ৰশিক্ষণ লোৱা ৰেণুৱে এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছৰ কাম কৰি ঘৰ খন চলাই আছিল।

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কেতুগ্ৰামৰ বাসিন্দা ৰেণুই কিছুদিন আগতে ৰাজ্য চৰকাৰৰ অধীনৰ স্বাস্থ্য বিভাগত এগৰাকী নাৰ্ছৰ চাকৰি পাইছিল।

কিন্তু কোনো কাম-বন নকৰা ৰেণুৰ স্বামী শ্বৰিফুল শ্বেখে ৰেণুৱে চাকৰি পোৱা কথাটো সহজভাবে ল’ব পৰা নাছিল। সেয়ে হিংসাতে তেওঁ পত্নী ৰেণুক আক্ৰমণ কৰি এখন হাত কাটি পেলায়।

ঘটনাটো সংঘটিত কৰিয়েই ৰেণুৰ স্বামী শ্বৰিফুল শ্বেখে পলায়ন কৰ। ইপিনে ৰেণু খাতুনক সংকটজনক অৱস্থাত ৰেণুক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।

শ্বৰিফুল শ্বেখৰ সৈতে ৰেণুৰ ২০১৭ চনৰ অক্টোবৰ মাহত বিয়া হৈছিল। পত্নী ৰেণুৰ কিবা উন্নতি দেখিলেই স্বামী শ্বৰিফুল শ্বেখ ঈৰ্ষান্বিত হৈ পৰিছিল।

তাৰেই পৰিণতিত চৰকাৰী চাকৰি লাভ কৰা ৰেণুৰ হাত শ্বৰিফুল শ্বেখে কাটি পেলায়।বৰ্তমান সংকটজনক অৱস্থাত ৰেণু দুৰ্গাপুৰ মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd