• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি যে হ’ব! মাহত দুবাৰকৈ শহুৰেকৰ ঘৰলৈ গৈছিল চাকৰি কৰা পত্নীয়ে; স্বামীয়ে ৰুজু কৰিলে গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 7:56 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

13.3k
VIEWS
Share on FacebookShare on Twitter

এজন ব্যক্তিয়ে চুৰাট পাৰিবাৰিক আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁৰ দাবী কৰিছিল পত্নীয়ে সদায় তেওঁৰ লগত থাকিব লাগে। আচলতে সেই মহিলাগৰাকীয়ে চাকৰি কৰে। মহিলাগৰাকীয়ে সপ্তাহৰ শেষত মাহত দুবাৰকৈ স্বামীৰ ওচৰলৈ আহিছিল। স্বামীৰ দাবী যে প্ৰথম সন্তান জন্মৰ পৰাই পত্নীয়ে নিৰন্তৰ পিতৃ-মাতৃৰ সৈতে বাস কৰি আহিছে।

মহিলাগৰাকীয়ে চাকৰিৰ কাৰণে পিতৃৰ ঘৰত থাকিছিল। দ্বিতীয় আৰু চতুৰ্থ সপ্তাহৰ শেষতহে তেওঁ স্বামীৰ ওচৰলৈ আহিছিল। ইয়াৰ বাবেই তেওঁৰ কেঁচুৱাটোৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

অৱশ্যে স্বামীৰ অভিযোগ খাৰিজ কৰি পত্নীয়ে কয় যে তেওঁ সপ্তাহত দুবাৰকৈ শহুৰেকৰ ঘৰলৈ যায়। দুবাৰ গ’লে দাম্পত্যৰ অধিকাৰ নাথাকে নেকি?

লগতে পঢ়কঃ চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত

অৱশ্যে তেওঁৰ আবেদন নাকচ কৰে পাৰিবাৰিক আদালতে। তেওঁলোকৰ দাবী যে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক বিশদভাৱে শুনানিৰ প্ৰয়োজন। ইফালে তাৰপিছতে মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ কৈছিল, প্ৰতিমাহৰ দ্বিতীয় সপ্তাহত তেওঁ স্বামীৰ ওচৰলৈ আহিছিল।

অৱশ্যে ন্যায়াধীশ ভি ডি নানাৱতীয়ে কয়, যদি স্বামীয়ে পত্নীক কয় যে ‘মোৰ লগত আহি থাকা, তেন্তে ভুল ক’ত?’ তেওঁৰ গোচৰ তৰাৰ অধিকাৰ নাই নেকি? ২৫ জানুৱাৰীত আদালতে স্বামীৰ উত্তৰ বিচাৰিছে।

দৰাচলতে সেই পত্নী এগৰাকী কৰ্মৰত মহিলা। তেওঁ মাহত দুবাৰকৈ স্বামীৰ ওচৰলৈ আহিছিল। এই কথাত স্বামীয়ে আপত্তি কৰে। পত্নীয়ে কিয় সদায় স্বামীৰ লগত নাথাকিব বুলি প্ৰশ্ন উত্থাপন কৰে। কিন্তু পত্নীয়ে কৈছিল যে তেওঁ মাহত দুবাৰকৈ যায়।

লগতে পঢ়কঃ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ সময়তে ফিট হৈ উঠিব ঋষভ পন্ত! তেওঁ এতিয়া কিমান সুস্থ?

ইয়াৰ পিছতে স্বামীয়ে নিজৰ দাম্পত্য অধিকাৰ প্ৰতিষ্ঠাৰ আৱেদন লৈ আদালতলৈ যায়। ন্যায়াধীশ ভি ডি নানাৱতীয়ে কয়, স্বামীয়ে যদি পত্নীক কয় `মোৰ লগত আহি থাকা, তেন্তে ভুল ক’ত?’

Recent News

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd