• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 5:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকল দিনৰ দিনটো ম’বাইলৰ সংগী, ৰাতিৰ আন্ধাৰতো যিয়ে ম’বাইলত পিতপিতাই থাকে, তেওঁলোকৰ পোহৰ আৰু অন্ধকাৰত চকুৰ বাৰটা বাজিব পাৰে।  স্মাৰ্টফোনৰ অতিৰিক্ত নীলা পোহৰত অন্ধ হৈ পৰিব পাৰে। চিকিৎসকসকলে এইটো বাৰে বাৰে সকীয়াই দিয়ে। কিন্তু খুব কম সংখ্যক লোকেহে চিকিৎসকৰ কথা শুনে। শেহতীয়াকৈ হায়দৰাবাদৰ এগৰাকী যুৱতীয়ে তাৰ মূল্য ভৰিব লগা হৈছে।

স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত যুৱতীগৰাকীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে শেহতীয়াকৈ এই ভয়ংকৰ ঘটনাটোৰ বিষয়ে টুইট কৰিছে। ভয়ানক বাৰ্তাৰ সেই টুইটটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ডাঃ সুধীৰে ৩০ বছৰীয়া মঞ্জুৰৰ দুখৰ কাহিনী সদৰী কৰিছে। এটা সন্তানৰ মাতৃ মঞ্জু স্মাৰ্টফোনৰ প্ৰতি আসক্ত আছিল। তেওঁ ভাৰ্চুৱেল পৃথিৱীত নিশা পিছত নিশা উজাগৰে কটাইছিল। বাথৰুমতো লগত ৰাখিছিল ফোনটো। হঠাতে এদিন তেওঁৰ চকুত অস্বস্তি অনুভৱ হৈছিল। কিবা এটা বস্তুৰ পিনে চালে, সেই দৃশ্যটোৰ উপৰিও বিভিন্ন ৰূপৰ আকৃতি দেখা পায়। মাজে মাজে পোহৰৰ ঝলকনি দেখিবলৈ পাইছিল। কিন্তু বাস্তৱত সেইটো হোৱা নাছিল।

Apply Now

A common habit resulted in severe #vision impairment in a young woman

1. 30-year old Manju had severe disabling vision symptoms for one and half years. This included seeing floaters, bright flashes of light, dark zig zag lines and at times inability to see or focus on objects.

— Dr Sudhir Kumar MD DM (@hyderabaddoctor) February 6, 2023

পৰৱৰ্তী পৰ্যায়ত, মঞ্জুৰ ভিজনত কিছুমান ক’লা পেটাৰ্ণ দেখা যায়। অন্তিম পৰ্যায়ত যি ঘটে তাক অস্থায়ী অন্ধত্ব বুলি কোৱা হয়। কেতিয়াবা পোহৰৰ পৃথিৱীখন কেই ছেকেণ্ডৰ বাবে ক’লা হৈ পৰিছিল। মঞ্জু স্বাভাৱিকতে চিন্তিত হৈ পৰে।

এই অৱস্থাত তেওঁ চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰৰ ওচৰলৈ গৈছিল। এক টুইটযোগে সুধীৰে কয় যে তেওঁ সকলো কথা জনাৰ পিছত মঞ্জুক কোনো ঔষধ দিয়া নাছিল। তাতেই ক্ষুব্ধ হৈ পৰে ৰোগী। প্ৰশ্নটো কৰে ৰোগটো কেনেদৰে আৰোগ্য হ’ব। সুধীৰে কৈছিল যে তেওঁ দিয়া একমাত্ৰ পৰামৰ্শটো আছিল স্মাৰ্টফোনৰ ব্যৱহাৰ হ্ৰাস কৰা। তেতিয়া আপুনি লাহে লাহে আৰোগ্য হৈ উঠিব। যদিও মঞ্জুৱে স্নায়ুৰ ডাঙৰ ক্ষতি হোৱা বুলি ভাবিছিল। হয়তো এইবাৰ চিৰদিনৰ বাবে অন্ধ হৈ পৰিব।

3. I reviewed the history. Symptoms had started after she quit her job of a beautician in order to take care of her specially abled child.
She picked up a new habit of browsing through her smartphone for several hours daily, including >2 hours at nights with lights switched off.

— Dr Sudhir Kumar MD DM (@hyderabaddoctor) February 6, 2023

কিন্তু তেনে একো ঘটা নাই। চিকিৎসক সুধীৰৰ পৰামৰ্শ অনুসৰি মঞ্জু লাহে লাহে সুস্থ হৈ আহিছে। সুধীৰে কয় যে মঞ্জুৰ সৈতে যি ঘটিছিল সেয়া সকলোৰে ক্ষেত্ৰত হ’ব পাৰে। সেইকাৰণে তেওঁ গোটেই ঘটনাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

6. Manju was anxious as she feared something sinister with her brain nerves but was finally determined to take corrective action.
She said- "instead of minimizing, I will stop looking at smartphone screen, unless absolutely necessary. In any case, my phone use is recreational."

— Dr Sudhir Kumar MD DM (@hyderabaddoctor) February 6, 2023

দেশৰ সচেতন নাগৰিকসকলক চিকিৎসকৰ পৰামৰ্শ হৈছে, “ডিজিটেল সঁজুলিৰ স্ক্ৰীণখন বেছি সময় চোৱা পৰিহাৰ কৰক। ইয়াৰ কাৰণ হৈছে ই আপোনাৰ দৃষ্টিশক্তিৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। আপুনি আনকি অন্ধও হ’ব পাৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd