• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ: শাসনাধিষ্ঠ দলৰ নেতাৰ পুত্ৰসহ দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 8:04 pm
Hyderabad Gang-Rape
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সপ্তাহত হায়দৰাবাদৰ জুবিলী হিলছত এগৰাকী স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে তেলেংগানা আৰক্ষীয়ে। ইয়াৰে এজন কিশোৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ স্থানীয় নেতাৰ পুত্ৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে এই গোচৰত অভিযুক্ত ছাদুদ্দিন মালিক নামৰ আন এজন কিশোৰক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে যোৱা ২৮ মে’ত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত অনুষ্ঠিত এক পাৰ্টিৰ অন্তত ঘৰলৈ উভতি অহাৰ সময়ত ৫ জন যুৱকে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। CCTV ফুটেজ নীৰিক্ষণ কৰি ৫ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিজন অভিযুক্ত নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

Apply Now

তেলেংগানাৰ ৰাজধানীৰ মাজমজিয়াত সংঘটিত হোৱা এই অপৰাধত ৰাজনীতিবিদৰ সন্তান জড়িত থকাৰ অভিযোগ উত্থাপনৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে জ্যেষ্ঠ আৰক্ষী বিষয়া জোৱেল ডেভিছে ধৰ্ষণ কাণ্ডত ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ নাতি জড়িত থকাৰ অভিযোগ ভুৱা বুলি মন্তব্য কৰিছে।

ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰথম অৱস্থাত শাৰীৰিক উৎপীড়নৰ গোচৰ ৰুজু কৰিছিল। কিন্তু স্বাস্থ্য পৰীক্ষাৰ সময়ত কিশোৰীগৰাকীৰ ভাষ্যৰ পিছত গোচৰটো ধৰ্ষণলৈ সলনি কৰা হয়।

শাসকীয় টি আৰ এছৰ কাৰ্যকৰী সভাপতি তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওৱে শুকুৰবাৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু হায়দৰাবাদ চহৰৰ আৰক্ষী আয়ুক্তক এই গোচৰত তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইফালে এই ঘটনাটোৱে এতিয়া ৰাজনৈতিক ৰং লোৱা পৰিলক্ষিত হৈছে। বিৰোধী দল বিজেপিয়ে শাসকীয় টি আৰ এছ আৰু আছাদুদ্দিন ওৱেছিৰ AIMIM দলৰ নেতা এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। ইচ্ছাকৃতভাৱে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত পলম কৰাৰ অভিযোগ তুলিছে বিজেপিয়ে। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু উচিত তদন্তৰ দাবীত বিজেপিৰ সদস্যই জুবিলী হিলছ আৰক্ষী থানাৰ সন্মূখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd