DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ্জ কাণ্ড: কিতাপ দিয়াৰ চলেৰে নিজা বাসগৃহলৈ মাতি নি নিৰ্যাতনৰ চেষ্টা বিদেশী ছাত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2022 3:58 pm
Hyderabad Professor Molests Foreign Student
106
VIEWS
Share on FacebookShare on Twitter

দেশত মহিলাৰ বিৰুদ্ধে ভয়াৱহ হাৰত অপৰাধ বৃদ্ধি পোৱাৰ সময়তে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ নিৰ্লজ্জ কাণ্ডই লজ্জানত কৰিছে দেশক। এগৰাকী বিদেশী ছাত্ৰীক যৌন উৎপীড়নৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপক।

অভিযোগ অনুসৰি, অভিযুক্ত অধ্যাপকগৰাকীয়ে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত থাইলেণ্ডৰ এগৰাকী ছাত্ৰীক শুকুৰবাৰে কিতাপ দিয়াৰ অজুহাতত নিজৰ বাসগৃহলৈ মাতি নিয়ে। কিন্তু ছাত্ৰীগৰাকী তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত অধ্যাপিকাগৰাকীয়ে ছাত্ৰীগৰাকীক যৌন উৎপীড়নৰ চেষ্টা চলায়।

এই ঘটনাৰ বিষয়ে ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত চাইবেৰাবাদ আৰক্ষীয়ে অভিযুক্ত অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ কৰি জিম্মাত লয়।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “শুকুৰবাৰে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক কিতাপ দিয়াৰ অজুহাতত অধ্যাপিকাগৰাকীৰ ঘৰলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত তাতেই তেওঁ নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল।”

ছাত্ৰীগৰাকীৰ কেইবাগৰাকীমান বন্ধুৱে ক্ৰন্দনৰত অৱস্থাত তেওঁক উদ্ধাৰ কৰে আৰু ঘটনাৰ বিষয়ে জানিব পাৰে। তাৰ পাছতেই তেওঁলোক স্থানীয় আৰক্ষীৰ কাষ চাপে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু উপযুক্ত তথ্য-প্ৰমাণৰ আধাৰত অভিযুক্ত অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে সংবাদ মাধ্যমক অৱগত কৰে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd