• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! ধর্ষণ কৰি জ্বলাই দিয়া হ’ল ঘৰমুখী চিকিৎসক যুৱতীক

প্ৰিয়ংকা ৰেড্ডি, পেছাত এগৰাকী পশু চিকিৎসক, নিজৰ কাম সামৰি ঘৰলৈ বুলি উভতিছিল। কিন্তু আহি নাপালে তেওঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2019 4:57 pm
rape woman
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে নিশা হাইদৰাবাদ চহৰৰ সমীপত এগৰাকী ২৬ বছৰীয়া পশু-চিকিৎসকক অচিনাকী দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত গাত জুই লগাই অতি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰিয়ংকা ৰেড্ডী নামৰ চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহ বৃহস্পতিবাৰে পুৱা এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয়।

Apply Now

হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পূৰ্বে চিকিৎসকগৰাকীক ধৰ্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত চাইবৰাবাদ আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে।

হাইদৰাবাদৰ চাদনগৰ নিবাসী পশু-চিকিৎসকগৰাকীয়ে ৩০ কিলোমিটাৰ নিলগৰ শশমাবাদৰ এখন চিকিৎসালয়ত কাম কৰিছিল। তেওঁ প্ৰতিদিনে হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত এখন টোল প্লাজাত নিজৰ দুচকীয়া বাহন পাৰ্ক কৰিছিল আৰু তাৰ পৰা কেবেৰে চিকিৎসালয়লৈ অহা যোৱা কৰিছিল।

ঘটনা সংঘটিত হোৱাৰ দিনাও তেওঁ চিকিৎসালয়ৰ পৰা টোল প্লাজালৈ আহিছিল আৰু তাৰ পৰা তেওঁ অন্য এখন ক্লিনিকলৈ যায়।

নিশা ৯.২২ মিনিটত চিকিৎসকগৰাকীয়ে ভনীয়েকক ফোন কৰি তেওঁৰ দুচকীয়া বাহনখনৰ চকা ফুটিছে আৰু এজন লোক সহায়ৰ বাবে আগবাঢ়ি অহা বুলি জনাইছিল।

কিছুসময় পিছত চিকিৎসকগৰাকীয়ে পুনৰ ফোনযোগে জনায় যে সহায়ৰ বাবে আগবাঢ়ি অহা লোকজনে কৈছে যে ওচৰৰ সকলো দোকান বন্ধ আৰু চকা মেৰামতিৰ বাবে গাড়ীখন অন্য স্থানলৈ লৈ যাব লাগিব।

পৰিয়ালৰ লোকে আৰক্ষীক জানিবলৈ দি কয় যে ফোনত কথা পাতি থাকোতে তেওঁ ভয় খাই আছিল। ভনীয়েকে চিকিৎসকগৰাকীক দুচকীয়া বাহনখন এৰি কেবত ঘৰলৈ আহিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। তেতিয়া চিকিৎসকগৰাকীয়ে ঘাইপথস্থিত টোল প্লাজাৰ ওচৰত ৰ’বলৈ ভয় লাগিছিল বুলি কৈছিল।

ইয়াৰ উপৰি চিকিৎসকগৰাকীয়ে নিজৰ ভনীয়েকক কৈছিল যে তেওঁৰ ওচৰে পাজৰে থকা অচিনাকী লোকবোৰে বেয়া দৃষ্টিৰে চাই আছে আৰু তেওঁৰ বহুত ভয় লগা বুলিও কয়।

এনেদৰে ফোনত কথা বতৰা চলি থকাৰ মাজতে নিশা ৯.৪৫ মিনিটত চিকিৎসকগৰাকীৰ ফোনতো চুইটছ অফ হৈ যায়। এই কথা আৰক্ষীৰ আগত পৰিয়ালৰ লোকে উল্লেখ কৰে।

নিশা ১০.২০ বজাত প্ৰিয়ংকা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত টোল প্লাজাখনৰ পৰা ৩০ কিলোমিটাৰ নিলগত এজন কৃষকে পশু চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলত লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে।

ইফালে চাইবাৰাবাদ আৰক্ষী অধীক্ষকে জানিবলৈ দি কয় যে ঘটনাটোৰ ৰহস্য উদঘাটনৰ বাবে ১০ টা বিশেষ দল গঠন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd