• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মই সম্পূৰ্ণ আন্তৰিকতাৰে অসমত কংগ্ৰেছৰ হৈ কাম কৰিম : আৰ পি শৰ্মা

আৰ এছ এছৰ আদৰ্শ কেতিয়াও নাপাহৰো : কংগ্ৰেছত যোগদানৰ পাছত শৰ্মাৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 25, 2020 8:03 am

1 min read

102614776_ramprasadsarmahmp_fb-750x375

সাংসদ আৰ পি শৰ্মা। ফাইল ফটো: উৎস ইন্টাৰনেট

5.2k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ পৰা পদত্যাগৰ পাছত ২৪ ফেব্ৰুৱাৰিত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন বিজেপিৰ সাংসদ আৰ পি শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

২৮ ফেব্ৰুৱাৰিত নতুন দিল্লীত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক কে বেনুগোপালৰ উপস্থিতিত আৰ পি শৰ্মাই কংগ্ৰেছত যোগ দিয়ে।

কংগ্ৰেছত যোগদানৰ সময়ত আৰ পি শৰ্মাৰ সৈতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ উপস্থিত আছিল।

‘‘আৰ পি শৰ্মাৰ দৰে এগৰাকী জেষ্ঠ ৰাজনীতিবিদে যোগদান কৰাটো দলৰ বাবে নিসন্দেহে এটা ভাল খবৰ,’’ বেনুগোপালে কয়।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আৰ পি শৰ্মাৰ তেজত সদায় কংগ্ৰেছী তেজ আছিল বুলি মন্তব্য কৰে।

‘‘এয়া শৰ্মাৰ বাবে ঘৰলৈ উভতি অহা ধৰণৰ কথা,’’ তৰুণ গগৈয়ে লগতে কয়।

কংগ্ৰেছত যোগদান কৰাৰ পাছত মত ব্যক্ত কৰি আৰ পি শৰ্মাই অসমত কংগ্ৰেছ দলৰ হৈ তেওঁ আন্তৰিকতাৰে কাম কাম কৰিব বুলি কয়।

‘‘যদিও মই বিজেপি ত্যাগ কৰিছো এতিয়াও আৰ এছ এছৰ প্ৰতি মোৰ সন্মান অটুত আছে আৰু মই কেতিয়াও আৰ এছ এছৰ আদৰ্শ নাপাহৰো,’’ শৰ্মাই লগতে কয়।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাক বিজেপিয়ে দলীয় টিকত প্ৰদান নকৰাৰ পাছতে বিজেপি নেতৃবৃন্দৰ প্ৰতি ক্ষোভ প্ৰকাশক কৰি দলৰ পৰা পদত্যাগ কৰিছিল শৰ্মাই।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd