DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

গুৰুত্বপূৰ্ণ ম্যানমাৰ, চীন সীমান্তত পুনৰ সক্ৰিয় ভাৰতীয় বায়ু সেনাৰ বিজয়নগৰ এ এল জি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 5:12 pm
2.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ু সেনাই বুধবাৰে ম্যানমাৰ সীমান্তত পুনৰ সক্ৰিয় কৰিছে বিজয়নগৰ এদভান্সদ লেণ্ডিং গ্ৰাউণ্ড।

বায়ু সেনাৰ এ এন ৩২ এয়াৰক্ৰাফ্ট এখনে বুধবাৰে এ এল জিটোত সফলতাৰে অৱতৰণ কৰিছে।

২০১৬ চনৰ পৰা বন্ধ হৈ থকা এই এ এল জিটোৰ অৱস্থান ৰণকৌশলগতভাৱে গুৰুত্বপূৰ্ণ।

বিজয়নগৰ পাৰ হৈ ভাৰতৰ সীমাত লাগি আছে ম্যানমাৰৰ ছাগাইং অঞ্চল আৰু কাচিন প্ৰদেশ।

IAF's AN 32 lands in Vijaynagar Advanced landing Ground
উপগ্ৰহীয় ছবিত বিজয়নগৰৰ অৱস্থান। কাষত ম্যানমাৰৰ ছাগাইং অঞ্চল আৰু কাচিন প্ৰদেশ।

এ এল জিটোৰ পুনৰ সক্ৰিয়কৰণ সংবেদনশীল আৰু পথ যোগাযোগ-দুৰ্গম ম্যানমাৰ আৰু চীন সীমান্তলৈ ভাৰতীয় সৈন্য আৰু অস্ত্ৰ পৰিবহণত সহায়ক হ’ব।

এ এল জিটোৰ মুকলিয়ে দুৰ্গম অঞ্চলটোলৈ অসামৰিক সা-সামগ্ৰী পৰিবহণ, অসামৰিক প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীৰ যাতায়াতো সুচল হ’ব।

বিজয়নগৰ এ এল জিৰ ৰানৱে’টো মুকলি কৰে বায়ু সেনাৰ ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এ অ’ চি-ইন-চি এয়াৰ মাৰ্শ্বাল আৰ দি মাথুৰ আৰু ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি-ইন-চি লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে।

IAF re-opens Vijaynagar Advanced Landing Ground in Arunachal Pradesh
বিযয়নগৰ এ এল জিত অৱতৰণ কৰা এ এন ৩২ এয়াৰক্ৰাফ্ট।

বিজয়নগৰ এ এল জিৰ মেৰামতিৰ কাম এয়াৰ ফ’ৰ্চ ষ্টে’চন যোৰহাটৰ অধীনত সম্পন্ন হৈছে, অনুষ্ঠানটোত উপস্থিত প্ৰতিৰক্ষা জন সম্পৰ্কৰক্ষী বিষয়া লেফটেনেণ্ট কৰ্নেল পি খ’নছাই জনায়।

“কামটো কঠিন আছিল। কাৰণ সকলো সামগ্ৰী হেলিকপ্তাৰেৰে কঢ়িওৱা হৈছিল,” খ’নছাই কয়।

লগতে পঢ়ক– অৰুণাচল প্ৰদেশত “হিমবিজয়”ত নামিব ১৫ হাজাৰ ভাৰতীয় সেনা

Recent News

Ajit Kumar Bhuyan

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd