• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত ভাঙি পৰিল ছুখই ৩০ বিমান! ৰাডাৰত ধৰা নপৰাত সন্ধানত নামিছে বায়ুসেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 7:44 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ুসেনাৰ যুদ্ধ বিমান ছুখই ৩০! বৃহস্পতিবাৰে সন্ধিয়া ৭:৪২ বজাৰ পিছত বিমানখনৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নগ’ল। বায়ুসেনাই জনাইছে যে বিমানখন বিচাৰি উলিয়াবলৈ অনুসন্ধান অব্যাহত আছে।

অৱশ্যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি দাবী কৰিছে স্থানীয় এজন বাসিন্দাই। কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত কোনো ঘোষণা কৰা হোৱা নাই।

Apply Now

জানিব পৰা মতে, যুদ্ধ বিমানখনে যোৰহাটৰ পৰা উৰা মাৰিছিল। কিন্তু সন্ধিয়া ৭:৪২ বজাৰ পিছত ইয়াৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নগ’ল। ৰাডাৰতো কোনো সন্ধান পোৱা নাই। অসমৰ কাৰ্বি আংলং জিলাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সূত্ৰসমূহে দাবী কৰিছে।

কাৰ্বি আংলঙৰ চকীহোলাৰ অন্তৰ্গত নিলিপৰ ওচৰত পাহাৰীয়া অঞ্চলত বিমানখন ভাঙি পৰাৰ সন্দেহ কৰা হৈছে। স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে সন্ধিয়া প্ৰায় ৭ বজাৰ আশেপাশে প্ৰচণ্ড বিস্ফোৰণৰ দৰে শব্দ শুনা যায় আৰু তাৰপিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

উল্লেখ্য যে ছুখই ৩০ এখন অতি শক্তিশালী, দ্বৈত ইঞ্জিনযুক্ত যুঁজাৰু বিমান। ইয়াত দুজন বহিব পাৰি। ৰাছিয়াৰ ছুখই এভিয়েশন কৰ্পৰেশ্যনে নিৰ্মাণ কৰা এই বিমানখনে আকাশৰ পৰা আকাশলৈ আৰু আকাশৰ পৰা স্থলভাগলৈ নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম। শক্তিশালী ৰাডাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থাৰে সজ্জিত এই যুদ্ধ বিমানখনে শক্তিশালী ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল কঢ়িয়াই নিব পাৰে।

The Su-30MKI which was on a training mission, crashed in the area of Karbi Anglong, Assam, approx 60 km from Jorhat. Search operations are underway.@DefenceMinIndia@SpokespersonMoD@HQ_IDS_India@adgpi@indiannavy https://t.co/64Ii5V2fiZ

— Indian Air Force (@IAF_MCC) March 5, 2026

ইয়াৰ উপৰিও এই ৰাছিয়াৰ যুদ্ধ বিমানখনে ৰুদ্ৰাম-৩ আৰু অস্ত্ৰ ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পৰাকৈও সক্ষম। শব্দৰ দুগুণ বেগেৰে ই উৰিব পাৰে। সেইবাবেই ছুখই ৩০ক বায়ুসেনাৰ অন্যতম শক্তিশালী বাহন হিচাপে গণ্য কৰা হয়। অৱশ্যে এই বিমানখনৰ বিগত সময়ত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। অসমতো এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd