• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

তদন্তকাৰীসকলে দাবী কৰিছে যে উইং কমাণ্ডাৰগৰাকীৰ প্ৰতি অনুৰক্ত মহিলাগৰাকীৰ পাকিস্তানী হেণ্ডলাৰৰ সৈতে যোগাযোগ আছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 8, 2026 2:44 pm
ফটোঃ এ আই।

ফটোঃ এ আই।

21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনাৰ এজন উইং কমাণ্ডাৰক হানীট্ৰেপত পৰি দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য পাকিস্তানক গতাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি যোৱা ৩১ মে’ত দিল্লী আৰক্ষীৰ বিশেষ শাখাই তেওঁক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি এয়া কোনো বিচ্ছিন্ন ঘটনা নহয়। ইয়াৰ আঁৰত এটা ডাঙৰ চক্ৰ আছে। পাকিস্তানী চোৰাংচোৱাক দেশৰ নিৰাপত্তা সম্পৰ্কীয় বিতং তথ্য অৰ্পণ কৰা এনে বহুকেইজনক শেহতীয়া সময়ত গ্ৰেপ্তাৰ কৰা হৈছে। এয়াৰ ফৰ্চৰ এই উইং কমাণ্ডাৰো সেই ফান্দত জড়িত হৈ পৰিছিল।

প্রতিবেদন অনুসৰি দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁ ব্যক্তিগত জীৱনৰ এক কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ছ’চিয়েল মিডিয়াত এগৰাকী মহিলাক লগ পাইছিল৷ ইয়াৰ পিছত বন্ধুত্ব আৰু লাহে লাহে গঢ়ি উঠিছিল ‘প্ৰেমৰ সম্পৰ্ক’।

অভিযোগ অনুসৰি সেই মহিলাগৰাকীৰ আব্দাৰতে উইং কমাণ্ডাৰে সেনাৰ গতিবিধি, সেনা নিয়োগৰ সৈতে জড়িত তথ্য, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু ছবি আৰু ভিডিঅ’ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।

কেৱল সেয়াই নহয়, মহিলাগৰাকীৰ কথা মতেই তেওঁ সহকৰ্মীসকলৰ ফোনত এপ বা স্পাইৱেৰ ইনষ্টল কৰে। যাৰ জৰিয়তে সহকৰ্মীসকলৰ ফোনৰ তথ্য চুৰি কৰি তেওঁলোকৰ গতিবিধি নিৰীক্ষণ কৰা হৈছিল। তদন্তকাৰীসকলে দাবী কৰিছে যে উইং কমাণ্ডাৰগৰাকীৰ প্ৰতি অনুৰক্ত মহিলাগৰাকীৰ পাকিস্তানী হেণ্ডলাৰৰ সৈতে যোগাযোগ আছিল।

প্ৰতিবেদন অনুসৰি বায়ুসেনাই অৱগত কৰিছে যে বিষয়াজনক কিছুদিন ধৰি নিৰীক্ষণ কৰি আছিল। তেওঁৰ কাৰ্যকলাপ সন্দেহজনক যেন লগাত তেওঁলোকৰ চোৰাংচোৱা শাখাই আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰে। কিছু প্ৰমাণো আৰক্ষীক গতাই দিয়া হয়। ইয়াৰ পিছতে অভিযুক্ত উইং কমাণ্ডাৰজনক গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026 2:44 pm
AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd