• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সততাৰ পৰিণতি! বাৰে বাৰে বদলি হৈছে এজন আই এ এছ বিষয়া; এতিয়ালৈ বদলি হ’ল ৫৩ বাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2019 6:26 pm
cost_of_honesty_ias_officer_ashok_khemka_transferred_yet_again_53rd_transfer_in_28_years_1574884095_725x725

আই এ এছ বিষয়া অশোক খেমকা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ২৮ বছৰীয়া কাৰ্যকালত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই ৫৩ বাৰ বদলি সন্মুখীন হ’বলগীয়া হৈছে।

নিজৰ শেহতীয়া বদলিক লৈ বিষয়াগৰাকীয়ে তেওঁৰ শেহতীয়া প’ষ্টত লিখিছে, ‘’সততাৰ বাবে পুৰস্কাৰ হৈছে মানহানি’’।

Apply Now

হাৰিয়ানাৰ ভাৰতীয় প্ৰশাসনিক বিষয়াগৰাকীৰ নাম হৈছে অশোক খেমকা। হাৰিয়ানা চৰকাৰে বুধবাৰে খেমকাকে ধৰি ১৪গৰাকী আই এ এছ বিষয়াক বদলিৰ নিৰ্দেশ দিছে।

১৯৯১ বৰ্ষৰ আইএএছ গৰাকীয়ে হিন্দীত টুইট কৰি টুইটাৰত  লিখিছে: ‘’পুনৰ একেই কথা। কালি সংবিধান দিবস উদযাপন কৰা হ’ল। আজি আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা আইন ভংগ কৰা হ’ল। কিছুমানে সন্তুষ্ট হ’ব,’’।

फिर तबादला। लौट कर फिर वहीं।
कल संविधान दिवस मनाया गया। आज सर्वोच्च न्यायालय के आदेश एवं नियमों को एक बार और तोड़ा गया। कुछ प्रसन्न होंगे।
अंतिम ठिकाने जो लगा। ईमानदारी का ईनाम जलालत।

— Ashok Khemka (@AshokKhemka_IAS) November 27, 2019

বৰ্তমান ৫৩ বছৰীয়া আই এ এছ খেমকা হাৰিয়ানাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰধান সচিব পদত আছিল।

এতিয়া তেওঁক আৰ্কাইভ, আৰ্কিয়’লজি আৰু মিউজিয়াম বিভাগৰ প্ৰধান সচিব পদলৈ বদলি কৰা হৈছে।

প্ৰায় এমাহ পূৰ্বে চৰকাৰ গঠন কৰা বিজেপি-জননায়ক জনতা পাৰ্টি চৰকাৰৰ এইটো হৈছে প্ৰথমটো ডাঙৰ প্ৰশাসনীয় ৰদ-বদল।

উল্লেখ্য যে আই এ এছ খেমকা বাতৰিৰ শিৰোণামলৈ আহিছিল ২০১২ চনত যেতিয়া তেওঁ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জোৱাই ৰবাৰ্ট ভদ্ৰাৰ সৈতে সম্পৰ্ক থকা স্কাইলাইট হস্পিটিলিটি আৰু প্ৰধান ৰিয়েল ইষ্টেট ডেভেল’পাৰ ডি এল এফৰ মাজৰ এখন ভূমি চুক্তিৰ নামজাৰী বাতিল কৰিছিল।

তদানীত্বন হাৰিয়ানাৰ ভূপিন্দৰ সিং হুদা চৰকাৰে বিষয়টোত নিজাকৈ তদন্ত সমিতি গঠন কৰিছিল আৰু বিষয়াগৰাকীক ‘’ভদ্ৰাৰ ভাৱমূৰ্তি বিনষ্ট কৰা’ আৰু “অবৈধভাৱে’ চুক্তি বাতিল কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰিছিল।

বিজেপি ক্ষমতালৈ অহাৰ পাছত মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰ চৰকাৰে খেমকাক এগৰাকী নিষ্ঠাবান বিষয়া হিচাপে সমৰ্থন কৰিছিল। ২০১৫’ত চৰকাৰে পূৰ্বৰ চৰকাৰৰ ছাৰ্জশ্বীটখন প্ৰত্যাহাৰ কৰিছিল।

কিন্তু এগৰাকী মন্ত্ৰীৰ সৈতে হোৱা মনোমালিন্যৰ বাবে এইবাৰ তেওঁক পুনৰ বদলি কৰা হ’ল।

প্ৰায় তিনি দশকজোৰা কাৰ্যকালত খেমকাক এতিয়ালৈকে ৫৩বাৰ বদলি কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতে নহয় বিজেপি চৰকাৰৰ দিনতো বদলিৰ শাস্তিৰ সন্মুখীন হৈছে সৎ বিষয়া ৰূপে পৰিচিত অশোক খেমকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd