• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পশ্চিম কামেঙৰ ন্যুমাডুঙৰ টম হীলত পঞ্চম য়াক মেলাৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 9:46 pm
Yak-Mela-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ পশ্চিম কামেং জিলাৰ ন্যুমাডুঙৰ টম হীলত ১৬ নৱেম্বৰ শুকুৰবাৰৰ পৰা পঞ্চম য়াক মেলাৰ আয়োজন কৰা হৈছে। আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ দ্বাৰা য়াকৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে তথা য়াকৰ বৈজ্ঞানিক ভিত্তিক লালন-পালন আৰু সংৰক্ষণক উদগণি দিয়াৰ বাবে এই য়াক মেলাখনৰ আয়োজন কৰা হৈছে।

এই য়াক মেলাখনৰ আয়োজন কৰিছে কলকাতাৰ  আইচিএআৰ-এনআইআৰজেএফটি, ভৰতীয় সেনা, (২২ মাহাৰ ৰেজিমেণ্ট). ৪ আইপিবিপি, এছএছবিৰ ৩০ বেটেলিয়ন, এছএছবি এনএমএএছ, এএইচ্চ আৰু পশু চিকিৎসা বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ডিৰাং চক্ৰৰ প্ৰশাসনে।

Apply Now

আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰ হৈছে সমগ্ৰ বিশ্বতেই একমাত্ৰ য়াকৰ ওপৰত থকা গৱেষণা  কেন্দ্ৰ। এইটো গৱেষণা কেন্দ্ৰই ১৫০গৰাকী য়াক পালকক বিজ্ঞান সন্মতভাৱে য়াক পোহাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। মেলাত এই গৱেষণা প্ৰতিষ্ঠানটোৱে বিকশিত কৰা বিভিন্ন প্ৰযুক্তি যুৱচামৰ ওচৰত প্ৰদৰ্শন কৰে।

আৰম্ভণি অনুষ্ঠানত ভাষণ দি বিধায়ক ফুৰ্বা ছেৰিঙে ব্ৰোকপাসকললৈ (য়াক পালক) য়াক পালনৰ ক্ষেত্ৰত সন্মুখীন হোৱা ডাঙৰ  সমস্যাৱলী বিচাৰি উলিয়াই সেইসমূহ আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিকসকলৰ সৈতে পৰামৰ্শ কৰিবলৈ অনুৰোধ জনায়।

আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ পি চক্ৰৱৰ্তীয়ে দেশত বৈজ্ঞানিক ভিত্তিক য়াক পালনত উদগণি দিয়াৰ লক্ষ্যেৰে  য়াক মেলা অনুষ্ঠিত কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

অনুষ্ঠানত আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ এ এন ৰয়, ডিৰাঙৰ এডিচি টোকো বাবু, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ বিষয়াসকল, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপকসকল, এএইউ আৰু ডিৰাং চক্ৰৰ সকলো বিভাগীয় মুৰব্বী উপস্থিত থাকে। পশ্চিম কামেং জিলাৰ বিভিন্ন স্থানৰ পৰা ৫০০তকৈও অধিক সংখ্যক য়াক পালকে এই য়াক মেলাত অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd