• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ৰিপৰ্টত চাইবাৰ আক্ৰমণ! অনলাইনত বিক্ৰী হৈছে প্ৰায় ৮২ কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 31, 2023 11:34 am
প্ৰতিনিধিত্বমূলক ফটো। সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটো। সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীর্ঘদিনীয়া যুঁজত ক’ৰোনা মহামাৰীক পৰাস্ত কৰাত প্ৰায় সফল হৈছে বিশ্ব৷ কিন্তু কৰ’না পৰীক্ষাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বৃহৎ চাইবাৰ আক্ৰমণৰ তথ্য। জানিব পৰা মতে, আইচিএমআৰৰ পৰা এই মাৰাত্মক ভাইৰাছৰ পৰীক্ষা কৰাসকলৰ ভিতৰত প্ৰায় ৮২ কোটি ভাৰতীয়ৰ পৰিচয় পত্ৰ অনলাইনত বিক্ৰী হৈছে।

বাতৰি অনুসৰি, আইচিএমআৰে ব্যক্তিগত তথ্য ফাদিল হোৱাৰ অভিযোগ লিখিতভাৱে কৰিলেই চিবিআইয়ে তদন্ত কৰি চাব।

এক্স হেণ্ডেলত এজন ব্যক্তিয়ে এই তথ্য লিক হোৱাৰ ফটো পোষ্ট কৰে। তেওঁ কয় যে ৮১.৫ কোটি ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত বিক্ৰী কৰা হৈছে। ইয়াৰ ভিতৰত আধাৰ কাৰ্ড আৰু পাছপ’ৰ্টৰ তথ্যও অন্তৰ্ভুক্ত আছে। ক’ভিড পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা নাম, ফোন নম্বৰ, ঠিকনা আদি বিভিন্ন তথ্য আঁতৰাই দিয়া হৈছে।

লগতে পঢ়কঃ দীঘলীয়া হ’ব যুদ্ধ! যুদ্ধবিৰতিৰ আহ্বান নাকচ কৰি নেতানিয়াহুৱে ক’লে ‘এইটো যুদ্ধৰ সময়’

বিশেষজ্ঞসকলৰ মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আইচিএমআৰত একাধিক চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। এই খবৰ কেন্দ্ৰীয় সংস্থাটোৰ লগতো আছিল। আইচিএমআৰ চাৰ্ভাৰ হেক কৰাৰ কমেও ৬ হাজাৰ বাৰ চেষ্টা কৰা হৈছে। যাৰ বিপৰীতে বিভিন্ন পদক্ষেপো লোৱা হৈছিল। অৱশ্যে এইবাৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পিছত চাইবাৰ বিশেষজ্ঞসকলো চিন্তিত হৈ পৰিছে।

ইপিনে, আৰু যাতে সাধাৰণ ৰাইজৰ তথ্য ফাদিল নহয় তাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ লগতে কেন্দ্ৰীয় মন্ত্ৰালয়ো এই পদক্ষেপত নামিছে। কি সাৱধানতা অৱলম্বন কৰিব পাৰি সেই সন্দৰ্ভতো চৰ্চা চলি আছে।

লগতে পঢ়কঃচিংগুৰৰ নেনো গোচৰত ডাঙৰ ৰায়; টাটাক ৭৬৬ কোটি টকা দিব লাগিব পশ্চিমবংগ চৰকাৰে

উল্লেখ্যে যে ক’ৰ’না মহামাৰীৰ সময়ত অতি আস্থাৰ পৰ্টেল হৈ পৰিছিল CoWin। কেন্দ্রীয় চৰকাৰৰ এই ৱেবছাইটৰ পৰাই কৰোনা ভেকচিনৰ পঞ্জীয়ন সহজে কৰিব পৰা গৈছিল৷ টিকাকৰণৰ তাৰিখ আৰু স্থান ঘৰতে বহি বুকিং কৰিব পৰা গৈছিল। কিন্তু সেই ৱেবচাইটৰ পৰাও ভুৱা প্ৰমাণপত্ৰ বিয়পি পৰাৰ অভিযোগ উঠিছিল! এইবাৰ ডাৰ্ক ৱেবত সাধাৰণ ৰাইজ তথ্য বিক্ৰীৰ বিষয়টো পোহৰলৈ আহিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd