• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ পিছত কম বয়সীয়া লোকৰ ‘হঠাৎ মৃত্যু’ কিয় বাঢ়িছে? এইবাৰ তদন্ত কৰিব আইচিএমআৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2023 12:20 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ বাবেই সমগ্ৰ পৃথিৱী সলনি হৈ পৰিছে। এটা সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰিছিল বিশ্ব। সমগ্ৰ বিশ্বতে চলিছিল লকডাউন। সেই পৰিস্থিতি এতিয়া নাই। কিন্তু সেইবুলি মানুহ সম্পূৰ্ণ নিশ্চিত হ’ব পাৰিছেনে? কোনোপধ্যে নহয়. মাজে মাজে নতুন নতুন ৰূপৰ কভিডৰ উন্মেষ ঘটে। যিয়ে বহুতকে বিপদত পেলায়। কিন্তু তাৰ লগতে আছে আন এটা উদ্বেগৰ বিষয়। সেইটো হ’ল ডেকা বয়সৰ লোকৰ আচম্বিতে মৃত্যু।

বাতৰিসমূহৰ পৰা বহুতে অনুমান কৰে যে কোভিডৰ পিছত কম বয়সীয়া লোকৰ মাজত হঠাৎ মৃত্যুৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। এতিয়া ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ মাজত হঠাৎ হাৰ্ট এটেক হোৱাটো স্বাভাৱিক হৈ পৰিছে। ইমান কম বয়সত এই পৰিমাণৰ হৃদৰোগ আগতে কেতিয়াও দেখা পোৱা নগৈছিল। গতিকে ইয়াৰ আঁৰৰ কাৰণ কি? এইবাৰ আইচিএমআৰে এই বিষয়টোৰ ওপৰত পুংখানুপুংখ তদন্ত কৰিবলৈ ওলাইছে।

লগতে পঢ়ক: ৰাছিয়াৰ লুনা-২৫ত যান্ত্ৰিক ত্ৰুটি; মস্কোক পিছ পেলাই জয়যাত্ৰা ইছৰোৰ চন্দ্ৰ অভিযানৰ?

Apply Now

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত আইচিএমআৰৰ মুৰব্বীগৰাকীয়ে কয় যে কম বয়সীয়া লোকৰ মাজত হাৰ্ট এটেকৰ ফলত হোৱা হঠাৎ মৃত্যুৰ গোচৰৰ তদন্ত কৰা হ’ব। তাত কি চোৱা হ’ব? আইচিএমআৰৰ সূত্ৰৰ মতে, ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত মৃত্যু হোৱা লোকসকলৰ মাজত কৰোনাৰ কোনো ভূমিকা আছে নেকি সেই বিষয়ে শ্ৰেষ্ঠ চিকিৎসকৰ দলে এতিয়া তদন্ত কৰিব।

এই সকলো মানুহৰ শৰীৰত কৰোনাই কিবা ডাঙৰ পৰিৱৰ্তন আনিলে নেকি? সেইটো অটোপচি পৰীক্ষাৰ দ্বাৰা দেখা যাব। এই প্ৰতিবেদনৰ পৰা বুজিব পৰা যাব কৰ’না ভাইৰাছৰ বাবে শৰীৰত কেনেকৈ পৰিৱৰ্তন হৈ থাকিব পাৰে। বিজ্ঞানীসকলে ভাবে যে এই হৃদৰোগৰ আঁৰত কৰ’না সংক্ৰমণৰ কিবা ভূমিকা আছে নে নাই সেয়া এইদৰে স্পষ্ট হ’ব।

আনহাতে, যিসকল কম বয়সীয়া লোক হঠাৎ হৃদৰোগত আক্ৰান্ত হৈছে  তেওঁলোকৰ চুবুৰীয়া আৰু আত্মীয়-পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিব চিকিৎসক তথা বিজ্ঞানীসকলে। কাৰণ কৰ’নাৰ পিছত তেওঁলোকৰ জীৱনত কিবা পৰিৱৰ্তন হৈছিল নে নাই, সেইটো এতিয়াই চোৱাচিতা কৰা হ’ব বুলি জনোৱা হৈছে।

লগতে পঢ়ক: নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ

ধাৰণা কৰা হৈছে যে ইয়াৰ পৰাই বুজিব পৰা যাব এই হাৰ্ট এটেকৰ বাবে কৰ’না ভাইৰাছ দায়ী নেকি, নে কৰ’না ভাইৰাছৰ সময়ত জীৱনশৈলীৰ পৰিৱৰ্তনেই ইয়াৰ আঁৰত আছে। এই সকলো চোৱাৰ পিছত ভৱিষ্যতে অধিক সাৱধান হ’ব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd